• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 19, 2025
19 °c
Guwahati
19 ° Sun
20 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা

    ‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বাবে ভাল খবৰ; পিংক বল টেষ্টত নেখেলে অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা বলাৰে

Nation NE by Nation NE
December 1, 2024
in Top News, ক্ৰীড়া
0 0
ভাৰতৰ বাবে ভাল খবৰ; পিংক বল টেষ্টত নেখেলে অষ্ট্ৰেলিয়াৰ এইগৰাকী তাৰকা বলাৰে
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ বিৰুদ্ধে পিংক বলেৰে খেলিবলগীয়া বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টৰ পূৰ্বে অষ্ট্ৰেলিয়া দলৰ বাবে আহিছে এটা বেয়া খবৰ। আঘাতৰ বাবে ৬ ডিচেম্বৰৰ পৰা হ’বলগীয়া দিবা নৈশ টেষ্টখনৰ পৰা বাহিৰ হৈছে দলটোৰ মুখ্য বেগী বলাৰ জছ হেজলউড।

হেজলউডৰ ঠাইত নিৰ্বাচকে ছীন এবট আৰু ব্ৰেণ্ডন ডোগেটক দলত স্থান দিছে। ক্ৰিকেট অষ্ট্ৰেলিয়াই শনিবাৰে এক বিবৃতিত কয় যে আঘাতৰ বাবে অষ্ট্ৰেলিয়া দলৰ অনুভৱী বেগী বলাৰ জছ হেজলউডে এডিলেইডত হ’বলগীয়া দিবা-নৈশ টেষ্ট মেচখনৰ পৰা বাহিৰ হৈছে। শৰীৰৰ বাঁওফালে সাধাৰণ আঘাত পাইছে বলাৰগৰাকীয়ে।

উল্লেখ্য যে, পাৰ্থ টেষ্টত অষ্ট্ৰেলিয়া দলৰ হৈ একমাত্ৰ জছ হেজলউডেই শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ প্ৰথম ইনিংছত চাৰিটা উইকেট লাভ কৰাৰ লগতে দ্বিতীয় ইনিংছত এটা উইকেট লাভ কৰিছিল।

ছীন এবট আৰু ব্ৰেণ্ডন ডোগেট কোন?

বেগী বলাৰ ডোগেটে চলিত ছিজনত তিনিখন শ্বিল্ড মেচত ৩৪.২৭ গড়ে ১১টা উইকেট দখল কৰিছে। আনহাতে ৩২ বছৰীয়া ছীন এবটে ছুটী সংস্কৰণত অষ্ট্ৰেলিয়াৰ হৈ এজন ভাল খেলুৱৈ হিচাপে প্ৰমাণিত হৈছে। ২০১৪ চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱাৰ পিছত তেওঁ ২৬খন এদিনীয়া আৰু ২০খন টি-২০ মেচ খেলিছে যদিও এতিয়ালৈকে এখনো টেষ্ট মেচ খেলাৰ সুযোগ পোৱা নাই। এই ছিজনত শ্বিল্ডৰ দুখন মেচত গড়ে ১৯.৮৪ ৰানত ১৩টা উইকেট দখল কৰিছে এবটে।

Tags: Adelaide testAustraliaBorder-Gavaskar TrophyIndia vs AustraliaJosh Hazlewood

Related Posts

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা
Top News

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

December 19, 2025
পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

December 19, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 19, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 19, 2025
ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

December 18, 2025

শীৰ্ষ সংবাদ

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025