• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কমলা হেৰিছ হ’ব কেলিফৰ্নিয়াৰ পৰৱৰ্তী গৱৰ্নৰ!

Nation NE by Nation NE
March 8, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কমলা হেৰিছ হ’ব কেলিফৰ্নিয়াৰ পৰৱৰ্তী গৱৰ্নৰ!
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আগবাঢ়িছে পুনৰ এবাৰ এক বৃহৎ ৰাজনৈতিক সিদ্ধান্তৰ দিশে। খবৰ অনুসৰি, ২০২৬ চনত কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চিন্তা কৰিছে হেৰিছে।

যদিও তেওঁ বৰ্তমানলৈ আনুষ্ঠানিকভাৱে প্ৰাৰ্থীত্ব ঘোষণা কৰা নাই, তথাপিও চলিত বৰ্ষৰ গ্ৰীষ্মৰ শেষৰ ফালে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। যদিহে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়, তেন্তে তেওঁ বৰ্তমানৰ কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউজমৰ ঠাইত ল’ব।

কমলা হেৰিছৰ ৰাজনৈতিক জীৱন কেলিফৰ্ণিয়াৰ পৰাই আৰম্ভ হৈছিল। ২০১০ চনত কেলিফৰ্ণিয়াৰ এটৰ্নী জেনেৰেল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি তিনিবাৰকৈ ৰাজ্যিক নিৰ্বাচনত জয়ী হৈছিল।

২০১৪ চনত তেওঁ পুনৰ এটৰ্নী জেনেৰেল নিৰ্বাচিত হয়। ইয়াৰ পিছত ২০১৬ চনত তেওঁ আমেৰিকাৰ চেনেটৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। তেওঁৰ আকৰ্ষণীয় ৰাজনৈতিক অভিজ্ঞতাৰ বাবে ২০২০ চনত জো বাইডেনৰ সৈতে উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। কিন্তু ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনত পৰাস্ত হৈছিল।

যদি কমলা হেৰিছে কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে তেওঁ আন বহু ডেম’ক্ৰেটিক প্ৰাৰ্থীৰ সৈতেও মুখামুখি হ’ব। ইয়াৰ ভিতৰত আছে কেলিফৰ্ণিয়াৰ লেফটেনেণ্ট গৱৰ্ণৰ এলেনি কৌনালাকিছ, ৰাজ্যখনৰ প্ৰাক্তন চেনেট নেতা টনি এটকিন্স, লছ এঞ্জেলছৰ প্ৰাক্তন মেয়ৰ এণ্টনিঅ’ ভিলাৰাইগোছা, ৰাজ্যিক বিদ্যালয়ৰ পৰিচালক টনি থাৰ্মণ্ড আৰু প্ৰাক্তন নিয়ন্ত্ৰক বেটী ইয়েৰ দৰে নাম।

কেলিফৰ্ণিয়াৰ এটৰ্নী জেনেৰেল ৰব বণ্টাই কয় যে, যদি কমলা হেৰিছে এই নিৰ্বাচনত যোগদান কৰে, তেন্তে তেওঁ এগৰাকী অতি ফলপ্ৰসূ প্ৰাৰ্থী হিচাপে প্ৰমাণিত হ’ব।

কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ নিৰ্বাচনৰ বাবে ভোটদান ২০২৬ চনৰ ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব, আনহাতে ইয়াৰ প্ৰাথমিক পৰ্যায় ২০২৬ চনৰ জুন মাহত অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত সকলো প্ৰাৰ্থীয়েই নিজৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰে।

কমলা হেৰিছৰ সম্ভাৱ্য প্ৰাৰ্থীত্বই নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাক অধিক আকৰ্ষণীয় কৰি তুলিব পাৰে। এতিয়া লক্ষ্যণীয় হ’ব কমলা হেৰিছে আনুষ্ঠানিকভাৱে দৌৰত প্ৰৱেশৰ কথা ঘোষণা কৰে নে নকৰে। যদিহে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয়, তেন্তে ই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ব পাৰে।

Tags: californiaGovernerKANALA HARRIS

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025