• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 6, 2025
29 °c
Guwahati
30 ° Sun
30 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      তিনিওখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰিব লাগে : সাংসদ কংগনাৰ মন্তব্যত সৰৱ কংগ্ৰেছ

      Nation NE by Nation NE
      September 24, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      তিনিওখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰিব লাগে : সাংসদ কংগনাৰ মন্তব্যত সৰৱ কংগ্ৰেছ
      Share on FacebookShare on TwitterWhatsApp

      হিমাচলৰ মাণ্ডীৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰনৌত পুনৰ এবাৰ বাতৰিৰ শিৰোণামলৈ আহিছে। নিজ মন্তব্যৰ বাবে চৰ্চাত থকা কংগনাই এইবাৰ কৃষকৰ স্বাৰ্থত এই তিনিখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰাৰ দাবী জনাইছে।

      এই আইনসমূহ পুনৰ কাৰ্যকৰী কৰাৰ বাবে কৃষকসকলে নিজেই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব লাগে বুলিও তেওঁ কয়। কংগনাৰ এই বক্তব্যত কংগ্ৰেছে প্ৰত্যুত্তৰ দি কয় যে কংগ্ৰেছে কেতিয়াও এনেকুৱা হ’বলৈ নিদিয়ে।

      আচলতে কংগনাই নিজৰ সমষ্টিত উপস্থিত হৈ তেওঁ দলীয় কর্মীসকলৰ সৈতে বৈঠকত মিলিত হৈ বিজেপিৰ সদস্যপদ প্রচাৰত অংশগ্রহণ কৰে৷ ইয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি কংগনাই কয় যে কৃষকৰ কল্যাণমূলক লোকচানৰ ক্ষতিপূৰণ দিব লাগে। ইয়াৰ বাবে কৃষকসকলেও মাত মাতিব লাগে। কাৰণ তেওঁলোক দেশৰ খাদ্য যোগানকাৰী আৰু তেওঁলোকে নিজৰ মতামত প্ৰকাশ কৰিবলৈ আগবাঢ়ি অহা উচিত।

      তিনিওখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰাৰ দাবীত তেওঁ কয়, ‘যি তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হৈছিল, মই ভাবো সেই আটাই কেইখন পুনৰ কাৰ্যকৰী কৰা উচিত। হয়তো মোৰ বক্তব্যই বিতৰ্কৰ সৃষ্টি কৰিব। কিন্তু কৃষকৰ বাবে এই তিনিখন উপকাৰী আইন পুনৰ কাৰ্যকৰী হ’ব লাগে। কৃষকসকলেই দেশৰ শক্তিৰ মূল স্তম্ভ। হাতযোৰ কৰি মই অনুৰোধ জনাইছো যে, তেওঁলোকে নিজেই আবেদন কৰিব লাগে আৰু সকলো কৃষকৰ স্বাৰ্থৰ কথা মনত ৰাখি এই আইন তিনিখন পুনৰ কাৰ্যকৰী কৰিবলৈ অনুৰোধ কৰিব লাগে।‘

      ইফালে কংগ্ৰেছে নিজৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে কংগনাই মন্তব্য কৰা ভিডিঅ’ শ্বেয়াৰ কৰি কয়, ‘কৃষকৰ ওপৰত জাঁপি দিয়া ক’লা আইন তিনিখন পুনৰ কাৰ্যকৰী কৰিব লাগে। বিজেপিৰ সাংসদ কংগনাই এই কথা কৈছে। দেশৰ ৭৫০ গৰাকী কৃষক শ্বহীদ হোৱাৰ পিছত মোদী চৰকাৰ সাৰ পাইছিল আৰু তাৰ পিছত এই তিনিখন ক’লা আইন প্ৰত্যাহাৰ কৰিছিল। এতিয়া বিজেপি সাংসদে পুনৰ এই তিনিখন আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে। কংগ্ৰেছ কৃষকৰ লগত আছে। নৰেন্দ্ৰ মোদীৰ লগতে তেওঁলোকৰ সাংসদসকলে যিমানেই চেষ্টা নকৰক কিয়, এই ক’লা আইন তিনিখন কেতিয়াও আৰু কাৰ্যকৰী নহয়’।

      Tags: #CongressAgriculture BillBJPKangana Ranaut

      Related Posts

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      June 6, 2025
      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025
      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025

      শীৰ্ষ সংবাদ

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist