• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তিনিওখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰিব লাগে : সাংসদ কংগনাৰ মন্তব্যত সৰৱ কংগ্ৰেছ

Nation NE by Nation NE
September 24, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
তিনিওখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰিব লাগে : সাংসদ কংগনাৰ মন্তব্যত সৰৱ কংগ্ৰেছ
Share on FacebookShare on TwitterWhatsApp

হিমাচলৰ মাণ্ডীৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰনৌত পুনৰ এবাৰ বাতৰিৰ শিৰোণামলৈ আহিছে। নিজ মন্তব্যৰ বাবে চৰ্চাত থকা কংগনাই এইবাৰ কৃষকৰ স্বাৰ্থত এই তিনিখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰাৰ দাবী জনাইছে।

এই আইনসমূহ পুনৰ কাৰ্যকৰী কৰাৰ বাবে কৃষকসকলে নিজেই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব লাগে বুলিও তেওঁ কয়। কংগনাৰ এই বক্তব্যত কংগ্ৰেছে প্ৰত্যুত্তৰ দি কয় যে কংগ্ৰেছে কেতিয়াও এনেকুৱা হ’বলৈ নিদিয়ে।

আচলতে কংগনাই নিজৰ সমষ্টিত উপস্থিত হৈ তেওঁ দলীয় কর্মীসকলৰ সৈতে বৈঠকত মিলিত হৈ বিজেপিৰ সদস্যপদ প্রচাৰত অংশগ্রহণ কৰে৷ ইয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি কংগনাই কয় যে কৃষকৰ কল্যাণমূলক লোকচানৰ ক্ষতিপূৰণ দিব লাগে। ইয়াৰ বাবে কৃষকসকলেও মাত মাতিব লাগে। কাৰণ তেওঁলোক দেশৰ খাদ্য যোগানকাৰী আৰু তেওঁলোকে নিজৰ মতামত প্ৰকাশ কৰিবলৈ আগবাঢ়ি অহা উচিত।

তিনিওখন কৃষি আইন পুনৰ কাৰ্যকৰী কৰাৰ দাবীত তেওঁ কয়, ‘যি তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হৈছিল, মই ভাবো সেই আটাই কেইখন পুনৰ কাৰ্যকৰী কৰা উচিত। হয়তো মোৰ বক্তব্যই বিতৰ্কৰ সৃষ্টি কৰিব। কিন্তু কৃষকৰ বাবে এই তিনিখন উপকাৰী আইন পুনৰ কাৰ্যকৰী হ’ব লাগে। কৃষকসকলেই দেশৰ শক্তিৰ মূল স্তম্ভ। হাতযোৰ কৰি মই অনুৰোধ জনাইছো যে, তেওঁলোকে নিজেই আবেদন কৰিব লাগে আৰু সকলো কৃষকৰ স্বাৰ্থৰ কথা মনত ৰাখি এই আইন তিনিখন পুনৰ কাৰ্যকৰী কৰিবলৈ অনুৰোধ কৰিব লাগে।‘

ইফালে কংগ্ৰেছে নিজৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে কংগনাই মন্তব্য কৰা ভিডিঅ’ শ্বেয়াৰ কৰি কয়, ‘কৃষকৰ ওপৰত জাঁপি দিয়া ক’লা আইন তিনিখন পুনৰ কাৰ্যকৰী কৰিব লাগে। বিজেপিৰ সাংসদ কংগনাই এই কথা কৈছে। দেশৰ ৭৫০ গৰাকী কৃষক শ্বহীদ হোৱাৰ পিছত মোদী চৰকাৰ সাৰ পাইছিল আৰু তাৰ পিছত এই তিনিখন ক’লা আইন প্ৰত্যাহাৰ কৰিছিল। এতিয়া বিজেপি সাংসদে পুনৰ এই তিনিখন আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে। কংগ্ৰেছ কৃষকৰ লগত আছে। নৰেন্দ্ৰ মোদীৰ লগতে তেওঁলোকৰ সাংসদসকলে যিমানেই চেষ্টা নকৰক কিয়, এই ক’লা আইন তিনিখন কেতিয়াও আৰু কাৰ্যকৰী নহয়’।

Tags: #CongressAgriculture BillBJPKangana Ranaut

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025