• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা; দায়িত্ব স্বীকাৰ এইগৰাকী ম’ষ্ট ৱাণ্টেডৰ

Nation NE by Nation NE
July 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা; দায়িত্ব স্বীকাৰ এইগৰাকী ম’ষ্ট ৱাণ্টেডৰ
Share on FacebookShare on TwitterWhatsApp

দেশৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ কানাডাস্থিত এখন ৰেষ্টুৰেণ্টত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সন্ত্ৰাসবাদী হৰজীত সিং লড্ডীয়ে এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে। লড্ডী ভাৰতৰ এন আই এৰ মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী আৰু তেওঁ BKI(বব্বৰ খালছা ইণ্টাৰনেশ্যনেল)ৰ সৈতে জড়িত।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, কপিল শৰ্মাৰ পুৰণি এক মন্তব্যক লৈয়ে এই গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে সন্ত্ৰাসবাদী লড্ডীয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কমেডিয়ান কপিল শৰ্মাৰ KAP’S CAFE নামৰ এই ৰেষ্টুৰেণ্টখন মুকলি কৰা হৈছিল আৰু এইখন আন্তঃৰাষ্ট্ৰীয় ৰেষ্টুৰেণ্ট প্ৰজেক্টৰ প্ৰথমখন আছিল বুলি জানিব পৰা গৈছে।

ইফালে, নিৰাপত্তাৰক্ষী বাহিনী আৰু মুম্বাই আৰক্ষী সূত্ৰই জানিব দিয়া অনুসৰি, গুলীবৰ্ষণ হোৱা কপিল শৰ্মাৰ ৰেষ্টুৰেণ্ট আৰু তেওঁৰ কাষৰ অট্টালিকাৰ মালিক অন্য এগৰাকী ব্যক্তি।

অৱশ্যে এই ঘটনা সন্দৰ্ভত কপিল শৰ্মাৰ তৰফৰ পৰা এই পৰ্যন্ত কোনো ধৰণৰ স্পষ্টীকৰণ বা প্ৰতিক্ৰিয়া অহা নাই।

Tags: CafeCanadaComedianKapil Sharma

Related Posts

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

শীৰ্ষ সংবাদ

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025