• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শোক আৰু ক্ষোভেৰে ভৰি পৰিছে দেশ, যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ’ব নেকি কাশ্মীৰত?

Nation NE by Nation NE
April 23, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
শোক আৰু ক্ষোভেৰে ভৰি পৰিছে দেশ, যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ’ব নেকি কাশ্মীৰত?
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দেশত শোক আৰু ক্ষোভৰ সৃষ্টি হৈছে। সন্ত্ৰাসবাদীক আটক কৰিবলৈ সেনা আৰু অন্যান্য নিৰাপত্তা সংস্থাই ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে।

আনহাতে, ছৌদি আৰৱ ভ্ৰমণৰ মাজভাগত এৰি দিল্লীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। আনহাতে আজি শ্ৰীনগৰৰ পৰা পহলগামত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহে।ছৌদি আৰৱৰ পৰা উভতি আহি বিমানবন্দৰত এন এছ এ, বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী।পহলগামৰ সমীপৰ বিখ্যাত পৰ্যটনস্থলী বৈছাৰণত সেনাবাহিনীৰ পোছাক পৰিহিত সন্ত্ৰাসবাদীয়ে হিন্দুসকলৰ নাম সুধি, কলিমা পঢ়িবলৈ দি আৰু গোপন অংগ পৰীক্ষা কৰি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে। বহু পৰ্যটকৰ মূৰত পোনে পোনে গুলী লাগে। ইয়াৰ বহু ভয়ংকৰ ভিডিঅ’ পোহৰলৈ আহিছে। এই আক্ৰমণত আই বি বিষয়াসহ ২৮ জনে প্ৰাণ হেৰুৱাইছে।

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পহলগামত এই কাপুৰুষালী কাৰ্যই সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ।পুলৱামা আক্ৰমণত ৪০ জন জোৱানৰ মৃত্যু হৈছে। আনহাতে বৈসাৰণত সংঘটিত গুলীচালনাত ২৮ জনে প্ৰাণ হেৰুৱাইছে। নিহতসকলৰ ভিতৰত দুজন বিদেশী নাগৰিক আছে, এজন ইউ এ ইৰ আৰু আনজন নেপালৰ। ইয়াৰে ২২ জনক চিনাক্ত কৰা হৈছে।

ইফালে এই ঘটনাৰ খবৰ লাভ কৰি ছৌদি আৰৱ ভ্ৰমণৰ মাজভাগতেই ভাৰতলৈ উভতি আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ছৌদি ক্ৰাউন প্ৰিন্সে আয়োজন কৰা ৰাতিৰ আহাৰত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁ ভাৰতলৈ উভতি অহাৰ সিদ্ধান্ত লয়।

মঙলবাৰে বিয়লি প্ৰায় ৩ বজাত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীক পৰিস্থিতিৰ বিষয়ে অৱগত কৰি তাৰ পিছত শ্ৰীনগৰলৈ ৰাওনা হয়। আজি শ্ৰীনগৰৰ পৰা পহলগামত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহে আৰু তাত থকা পৰিস্থিতিৰ বুজ ল’ব। যোৱা নিশা তেওঁ এল জি মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ লগতে অন্যান্য উচ্চপদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়।

এই কাপুৰুষালি কাণ্ড সংঘটিত কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ন্যায়ৰ কাষ চাপিবলৈ সেনাৰ কেইবাটাও ইউনিটে তালাচী অভিযান আৰম্ভ কৰিছে। কোৱা হৈছে যে, সেনাবাহিনীৰ ভিক্টৰ ফৰ্চক বিশেষ দায়িত্ব দিয়া হৈছে। ভিক্টৰ ফৰ্চ আৰু স্পেচিয়েল ফৰ্চ, জম্মু-কাশ্মীৰ আৰক্ষীৰ এছ অ’ জি আৰু চি আৰ পি এফে একেলগে এই অভিযান চলাই আছে। লস্কৰ-ই-তৈবাৰৰ মুখ্য সংগঠন দ্য ৰেজিষ্টেন্স ফৰ্চে এই আক্ৰমণ সংঘটিত কৰে। জানিব পৰা মতে, জম্মুৰ কিষ্টৱাৰৰ পৰা দক্ষিণ কাশ্মীৰৰ কোকেৰনাগ হৈ অৰণ্যৰ মাজেৰে বৈছাৰণত উপস্থিত হৈছিল সন্ত্ৰাসবাদী সংগঠনটো। সূত্ৰই জনোৱা মতে, আক্ৰমণৰ পূৰ্বে এই পৰ্যটনস্থলীসমূহৰ চোৰাংচোৱাগিৰি কৰা হৈছিল আৰু তাত থকা নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰা হৈছিল।

এই ঘটনাক লৈ সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে। প্ৰতিবাদৰ বাবে উপত্যকাৰ বহু ঠাইত মমবাতি লৈ সমদল উলিওৱা হৈছে।

Tags: AttackJammu Kashmirpahalgam

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025