• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 30, 2025
26 °c
Guwahati
23 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাটিহাৰত ৰে’ল দুৰ্ঘটনা; ৰে’লৱে ট্ৰলীত খুন্দা অৱধ আছাম এক্সপ্ৰেছৰ, এজনৰ মৃত্যু

Nation NE by Nation NE
June 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কাটিহাৰত ৰে’ল দুৰ্ঘটনা; ৰে’লৱে ট্ৰলীত খুন্দা অৱধ আছাম এক্সপ্ৰেছৰ, এজনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে কাটিহাৰ-বৰাউনী ৰে’লপথত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। কাধাগোলা আৰু ছেমাপুৰ ষ্টেচনৰ মাজত মহাৰাণী গাঁৱৰ সমীপত অৱধ আছাম এক্সপ্ৰেছ আৰু ৰে’লৱে ট্ৰলীৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলতেই মৃত্যু হয় ট্ৰলীমেন গৰাকীৰ আৰু আন তিনিজন ৰে’লকৰ্মী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে কাটিহাৰ ডিভিজনৰ পৰা স্বাস্থ্য কৰ্মীৰ এটা দল ঘটনাস্থললৈ ৰাওনা হয় বুলি জানিব পৰা গৈছে।

আহত লোকসকলক দুৰ্ঘটনাস্থলীৰ সমীপৰে এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে।

ইফালে দুৰ্ঘটনাটোক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি ৰে’ল প্ৰশাসনে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। দুৰ্ঘটনাটোৰ বাবে কিছু সময়ৰ বাবে কাম-কাজ ব্যাহত হৈ পৰে। ৰে’ল প্ৰশাসনে সকলো ৰে’ল কৰ্মীক ট্ৰেকত কাম কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

Tags: Avadh Assam ExpressBiharKatiharRail Accident

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 30, 2025
২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

October 29, 2025
কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি
Top News

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

October 29, 2025
ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…
Top News

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

October 29, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

October 29, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025