• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেৰালাত প্ৰকৃতিৰ বিধ্বংসী ৰূপ! বৰ্তমানেও আৱদ্ধ শ শ লোক

Nation NE by Nation NE
August 3, 2024
in Top News, ৰাষ্ট্ৰীয়, সম্পাদকীয়
0 0
কেৰালাত প্ৰকৃতিৰ বিধ্বংসী ৰূপ! বৰ্তমানেও আৱদ্ধ শ শ লোক
Share on FacebookShare on TwitterWhatsApp

কেৰালাৰ ৱায়ানাড জিলাত প্ৰকৃতিয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। বিগত চাৰিটা দিন ধৰি হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হৈছে।

উদ্ধাৰকাৰী দলে উন্নত কাৰিকৰী সঁজুলি আৰু স্নিফাৰ ড’গৰ জৰিয়তে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ৱায়ানাডৰ ভূমিস্খলনত বৰ্তমানলৈ ৩৫৮ জন লোকৰ মৃত্যু হৈছে। ইতিমধ্যে ২১৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

আনহাতে, চিকিৎসাৰ পিছত ১৮৭ জন লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। অৱশ্যে, ভূমিস্খলনৰ বাবে বৰ্তমানেও প্ৰায় ৩০০ৰো অধিক লোক সন্ধানহীন হৈ আছে।

ইফালে, ভূমিস্খলনৰ চতুৰ্থ দিনা কেৰালাৰ পাদাভেট্টি কুন্নুৰ ওচৰৰ এটা ঘৰৰ পৰা চাৰিজনীয়া এটা পৰিয়ালক উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰকাৰীসকলে উদ্ধাৰ হোৱা লোকসকলক বিচাৰি নিজৰ অভিযান অব্যাহত ৰাখিছে। প্ৰায় ৪০ টা উদ্ধাৰকাৰী দলে ভূমিস্খলন প্ৰভাৱিত অঞ্চলৰ ছয়টা অঞ্চলত অভিযান চলাই আছে।

ইফালে, আইএমডিয়ে শনিবাৰৰ বাবে বতৰৰ আপডেটো মুকলি কৰিছে। বিভাগটোৱে কয় যে, শনিবাৰে ৱায়ানাডত আকাশ ডাৱৰীয়া হৈ থাকিব আৰু মধ্যমীয়া বৰষুণ হ’ব।  অৱশ্যে, বৰষুণ বন্ধ হোৱাৰ পিছত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে।

আকৌ, শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, জাৰ্মানী আৰু নেডাৰলেণ্ডকে ধৰি কেইবাখনো দেশে ৱায়ানাড ভূমিস্খলনত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে।

ইজিপ্ত, জৰ্ডান আৰু বাহৰেইনেও কেৰালাৰ এই ঘটনাক লৈ ভাৰতৰ সৈতে একাত্মতা প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ ষ্টেট ডিপাৰ্টমেণ্টৰ ব্যুৰো অফ চাউথ এণ্ড মধ্য এছিয়ান এফেয়াৰ্ছে এক সংহতি বাৰ্তা প্ৰেৰণ কৰে।

কেন্দ্ৰীয় চৰকাৰে পশ্চিম ঘাটৰ ৫৬,৮০০ বৰ্গ কিলোমিটাৰ এলেকা, কেৰালাৰ ৱায়ানাডৰ ১৩ খন গাঁৱকে ধৰি পৰিস্থিতিগতভাৱে সংবেদনশীল এলেকা (ইএছএ) হিচাপে ঘোষণা কৰি এখন খচৰা জাননী জাৰি কৰিছে।

ৱায়ানাডত ভূমিস্খলনত ৩০০ ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ এদিন পিছত এই জাননীখন আহিছে।

মেপ্পাডিত ৭০৭ টা পৰিয়ালৰ ২৫৯৭ জন লোকক ১৭ টা সাহায্য শিবিৰত ৰখা হৈছে। জিলাখনৰ মুঠ ৯১ টা শিবিৰত প্ৰায় ১০,০০০ লোকে আশ্ৰয় লৈছে।

সেনাই ১৯০ ফুট দীঘল বেইলী দলং নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পাছত অনুসন্ধান অভিযান আৰু অধিক তীব্ৰতৰ কৰা হয়।

বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে আৰু ধ্বংসাৱশেষৰ তলৰ পৰা বহুতো লোকক উদ্ধাৰ কৰা হৈছে।

Tags: #AssamIndiaKeralakerala landslide

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025