• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফুটবল খেল চলি থকাৰ সময়তে খেলুৱৈৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

Nation NE by Nation NE
November 5, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
ফুটবল খেল চলি থকাৰ সময়তে খেলুৱৈৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কোনেও নাজানে কাৰ মৃত্যু ক’ত কেতিয়া কেনেকৈ হয়। সেয়ে কোৱা হয় চৰণেহে জানে মৰণৰ ঠাই। সেয়া লিখি থয় অদৃশ্যজনে। তেনে এক কৰুণ ঘটনা সংঘটিত হৈছে দক্ষিণ আমেৰিকাৰ দেশ পেৰুত।

ঘটনাৰ বিৱৰণী অনুসৰি, পেৰুৰ চিলকা নামৰ এখন ঠাইত চলি আছিল এখন ফুটবল মেচ। মেচখন চলি থকাৰ সময়তে হঠাত বজ্ৰপাত পৰাৰ ফলত এজন খেলুৱৈৰ মৃত্যু হোৱাৰ লগতে আন পাঁচগৰাকী খেলুৱৈ আহত হয়।

দুটা স্থানীয় ক্লাব জুভেটত বেলাভিষ্টা আৰু ফেমিলি চোকাৰ মাজত চলি থকা মেচখনৰ সময়তে সংঘটিত এই অবাঞ্চিত ঘটনাটোত মৃত্যু হোৱা ফুটবলাৰগৰাকী হ’ল ৩৯ বছৰীয়া জোচ হুগো দে লা ক্ৰুজ।

খেলৰ মাত্ৰ ২২ মিনিট হোৱাৰ সময়তে বতৰে কালৰূপ ধাৰণ কৰাৰ বাবে ৰেফাৰীয়ে মেচখন বন্ধ কৰি দিছিল। সেই সময়লৈকে জুভেটত বেলাভিষ্টা ২-০ গ’লত আগবাঢ়ি আছিল।

মেচখন বন্ধ কৰাৰ পিছতেই খেলুৱৈসকলে খেলপথাৰ এৰি ডাগআউট অভিমুখে যাবলৈ আৰম্ভ কৰিছিল। কিন্তু সেই সময়তে বেলাভিষ্টাৰ ডিফেণ্ডাৰ লা ক্ৰুজৰ ওপৰত পৰে বজ্ৰপাত। তেওঁক ততাতয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই কৰুণ ঘটনাটোৰ এটা ভিডিঅ’ত দেখা যায় যে লা ক্ৰুজৰ ওপৰত বজ্ৰপাত পৰাৰ পিছতে তেওঁ আৰু তেওঁৰ আন কেইবাগৰাকীও সতীৰ্থ খেলুৱৈ খেলপথাৰতে ঢলি পৰে।

জানিব পৰা অনুসৰি, আঘাতপ্ৰাপ্ত হোৱা পাঁচগৰাকী ফুটবলাৰৰ এজনৰ অৱস্থা সংকটজনক যদিও বাকী চাৰিজন বৰ্তমান সংকটমুক্ত।

উল্লেখ্য যে, ফুটবল চলি থকাৰ সময়ত সংঘটিত এইধৰণৰ ঘটনা এইটোৱে প্ৰথম নহয়। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰে আৰম্ভণিত ইণ্ডোনেছিয়াত সংঘটিত হৈছিল অনুৰূপ ঘটনা। সেই ঘটনাটোত ৩৫ বছৰীয়া এগৰাকী ফুটবল খেলুৱৈয়ে বজ্ৰপাতত প্ৰাণ হেৰুৱাইছিল।

Tags: Lightning StrikePeru

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025