• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
25 °c
Guwahati
26 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফুটবল খেল চলি থকাৰ সময়তে খেলুৱৈৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

Nation NE by Nation NE
November 5, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
ফুটবল খেল চলি থকাৰ সময়তে খেলুৱৈৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কোনেও নাজানে কাৰ মৃত্যু ক’ত কেতিয়া কেনেকৈ হয়। সেয়ে কোৱা হয় চৰণেহে জানে মৰণৰ ঠাই। সেয়া লিখি থয় অদৃশ্যজনে। তেনে এক কৰুণ ঘটনা সংঘটিত হৈছে দক্ষিণ আমেৰিকাৰ দেশ পেৰুত।

ঘটনাৰ বিৱৰণী অনুসৰি, পেৰুৰ চিলকা নামৰ এখন ঠাইত চলি আছিল এখন ফুটবল মেচ। মেচখন চলি থকাৰ সময়তে হঠাত বজ্ৰপাত পৰাৰ ফলত এজন খেলুৱৈৰ মৃত্যু হোৱাৰ লগতে আন পাঁচগৰাকী খেলুৱৈ আহত হয়।

দুটা স্থানীয় ক্লাব জুভেটত বেলাভিষ্টা আৰু ফেমিলি চোকাৰ মাজত চলি থকা মেচখনৰ সময়তে সংঘটিত এই অবাঞ্চিত ঘটনাটোত মৃত্যু হোৱা ফুটবলাৰগৰাকী হ’ল ৩৯ বছৰীয়া জোচ হুগো দে লা ক্ৰুজ।

খেলৰ মাত্ৰ ২২ মিনিট হোৱাৰ সময়তে বতৰে কালৰূপ ধাৰণ কৰাৰ বাবে ৰেফাৰীয়ে মেচখন বন্ধ কৰি দিছিল। সেই সময়লৈকে জুভেটত বেলাভিষ্টা ২-০ গ’লত আগবাঢ়ি আছিল।

মেচখন বন্ধ কৰাৰ পিছতেই খেলুৱৈসকলে খেলপথাৰ এৰি ডাগআউট অভিমুখে যাবলৈ আৰম্ভ কৰিছিল। কিন্তু সেই সময়তে বেলাভিষ্টাৰ ডিফেণ্ডাৰ লা ক্ৰুজৰ ওপৰত পৰে বজ্ৰপাত। তেওঁক ততাতয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই কৰুণ ঘটনাটোৰ এটা ভিডিঅ’ত দেখা যায় যে লা ক্ৰুজৰ ওপৰত বজ্ৰপাত পৰাৰ পিছতে তেওঁ আৰু তেওঁৰ আন কেইবাগৰাকীও সতীৰ্থ খেলুৱৈ খেলপথাৰতে ঢলি পৰে।

জানিব পৰা অনুসৰি, আঘাতপ্ৰাপ্ত হোৱা পাঁচগৰাকী ফুটবলাৰৰ এজনৰ অৱস্থা সংকটজনক যদিও বাকী চাৰিজন বৰ্তমান সংকটমুক্ত।

উল্লেখ্য যে, ফুটবল চলি থকাৰ সময়ত সংঘটিত এইধৰণৰ ঘটনা এইটোৱে প্ৰথম নহয়। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰে আৰম্ভণিত ইণ্ডোনেছিয়াত সংঘটিত হৈছিল অনুৰূপ ঘটনা। সেই ঘটনাটোত ৩৫ বছৰীয়া এগৰাকী ফুটবল খেলুৱৈয়ে বজ্ৰপাতত প্ৰাণ হেৰুৱাইছিল।

Tags: Lightning StrikePeru

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025