• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ ইতিহাস ৰচিবলৈ সাজু লাভলীনা, পদক নিশ্চিত কৰাৰ লক্ষ্যৰে নামিব যুঁজত

Nation NE by Nation NE
August 4, 2024
in Top News, অসম, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
আজি পেৰিছত লাভলীনাৰ খেল; দেশবাসীৰ আশা, বজ্ৰকন্যাই আজুৰি আনক স্বৰ্ণ…
Share on FacebookShare on TwitterWhatsApp

আজি অলিম্পিকৰ মহিলা বক্সিং ৰিঙত নামিব অসম কন্যা লাভলিনা বৰগোহাঁই। অসমৰ বক্সাৰ লাভলীনাই আজি মহিলা মিডল ৱেট শাখাত কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। চীনৰ প্ৰতিদ্বন্দ্বী লি কিয়ানৰ বিৰুদ্ধে আজি ৭৫ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত খেলিব লাভলীনা বৰগোহাঁইয়ে।

ভাৰতীয় সময় অনুসৰি, আজি বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব লাভলীনা আৰু লিৰ মাজত কোৱাৰ্টাৰ ফাইনেল মেচ। বিগত দুদিন ধৰি ভাৰতৰ খেলুৱৈ সকলে কোনো ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও আজি পেৰিছ অলিম্পিকৰ পদক নিশ্চিত কৰাৰ যুঁজত নামিব লাভলীনা বৰগোহাঁই।

উল্লেখ্যে যে, ২০১৮ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰে লাভলীনা বৰগোঁহায়ে। ২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ’ অলিম্পিক ২০২০ত ইতিহাস ৰচনা কৰে লাভলীনাই। টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়।

ইফালে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছতেই লাভলীনাই পৰৱৰ্তী অলিম্পিক অৰ্থাৎ পেৰিছ অলিম্পিকত স্বৰ্ণপদকৰ লক্ষ্যৰে যুঁজিব বুলি উল্লেখ কৰিছিল।

ইফালে অলিম্পিকত লিৰ ইতিহাস চাবলৈ গ’লে, বৰ্তমানলৈ তেওঁ অলিম্পিকত দুটাকৈ পদক লাভ কৰিছে। টকিঅ’ অলিম্পিকত ৰূপ আৰু ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লি কিয়ানে ।

সেয়েহে লাভলীনা আৰু কিয়ানৰ খেলখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হ’ব বুলি আশা কৰা হৈছে। ইফালে লাভলীনাই যদি কিয়ানক পৰাস্ত কৰে, তেন্তে তেওঁৰ জৰিয়তে এটা পদক নিশ্চিত হ’ব ভাৰতৰ।

সমগ্ৰ দেশবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে লাভলীনাৰ খেললৈ, যাতে লাভলীনাই এইবাৰ দেশলৈ স্বৰ্ণপদক কঢ়িয়াই আনিব পাৰে। লাভলীনালৈ অলেখ শুভকামনা।

Tags: BoxingParis Olympics 2024Sports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025