• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নেপালৰ পিছত GEN Zৰ প্ৰতিবাদত কঁপিল আন এখন দেশ, ৰাষ্ট্ৰপতিৰ পলায়ন

Nation NE by Nation NE
October 15, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নেপালৰ পিছত GEN Zৰ প্ৰতিবাদত কঁপিল আন এখন দেশ, ৰাষ্ট্ৰপতিৰ পলায়ন
Share on FacebookShare on TwitterWhatsApp
নেপালৰ পিছত এতিয়া আন এখন দেশত চলিছে জেন-জেডৰ হিংসাত্মক প্ৰতিবাদ। এই প্ৰতিবাদৰ বাবে পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে, মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোলিনাই দেশ এৰি পলায়ন কৰিছে। দেশ এৰি যোৱাৰ পাছত মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতিয়ে অজ্ঞাত স্থানৰ পৰা ৰাষ্ট্ৰীয় টেলিভিছনত দেশৱাসীক সম্বোধন কৰে।
দেশখন বিশৃংখলতাৰ মাজত ডুব যোৱাৰ লগে লগে ভাৰত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰখনত ক্ষমতা দখল কৰাৰ অবৈধ প্ৰচেষ্টা চলিছে বুলিও কয় ৰাজোলিনাই। গভীৰ নিশাৰ ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, সামৰিক অভ্যুত্থানৰ বাবে তেওঁ নিজৰ জীৱন ৰক্ষাৰ বাবে নিৰাপদ স্থান বিচাৰিবলৈ বাধ্য হৈছিল।
অৱশ্যে ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোলিনাই তেওঁৰ ভাষণত ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ কথা উল্লেখ কৰা নাই। মাদাদাস্কাৰত কেইবাদিনো ধৰি চৰকাৰৰ বিৰুদ্ধে জেন-জেডৰ প্ৰতিবাদ অব্যাহত আছে। ১২ অক্টোৱৰত এটা সামৰিক ইউনিটে প্ৰতিবাদত যোগদান কৰাত পৰিস্থিতি তীব্ৰতৰ হৈ পৰে। প্ৰতিবাদৰ সময়ত সামৰিক বাহিনীৰ সদস্যসকলেও ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীসকলক পদত্যাগ কৰিবলৈ দাবী জনাইছে।
মাদাগাস্কাৰত পানী আৰু বিদ্যুৎ বিচ্ছিন্নতাৰ ফলত জেন-জেডৰ প্ৰতিবাদ হিংসাত্মক ৰূপত পৰিণত হৈছে আৰু ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোলিনাই দেশ এৰি পলায়ন কৰিবলগীয়া হৈছে।
ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোলিনাইও দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ সমাধানৰ বাবে আলোচনাৰ আহ্বান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে মাদাগাস্কাৰ কেনেকৈ এৰিলে বা ক’ত আছে সেই কথা স্পষ্ট কৰা নাই যদিও এটা প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁক ফ্ৰান্সৰ সামৰিক বিমানত দেশৰ বাহিৰলৈ লৈ যোৱা হৈছিল। ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।
মাদাগাস্কাৰ আছিল পূৰ্বৰ ফ্ৰান্সৰ উপনিবেশ, আৰু ৰাজোলিনাৰ ফৰাচী নাগৰিকত্ব আছে বুলি কোৱা হৈছে, যিটো সত্যৰ প্ৰতি একাংশ নাগৰিকে অসন্তুষ্টি প্ৰকাশ কৰিছে। সঘনাই পানী আৰু বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে ২৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল চৰকাৰ বিৰোধী প্ৰতিবাদ।
Tags: GEN ZMadagascarProtest

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025