• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহাৰাষ্ট্ৰত ৫ ডিচেম্বৰত নতুন চৰকাৰ! এজন বিজেপি নেতাই ক’লে কোন হ’ব মুখ্যমন্ত্ৰী?

Nation NE by Nation NE
November 30, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
মহাৰাষ্ট্ৰত ৫ ডিচেম্বৰত নতুন চৰকাৰ! এজন বিজেপি নেতাই ক’লে কোন হ’ব মুখ্যমন্ত্ৰী?
Share on FacebookShare on TwitterWhatsApp

কোন হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰীক লৈ অব্যাহত আছে অস্থিৰতা। ৰাজ্যখনত মহাযুটীয়ে প্ৰচণ্ড বিজয় সাব্যস্ত কৰাৰ পিছতো এই পৰ্যন্ত মুখ্যমন্ত্ৰীক লৈ সহমতত উপনীত হ’ব পৰা নাই সহযোগী দলসমূহ।

বিজেপিৰ লগতে মিত্ৰদলসমূহে দেৱেন্দ্ৰ ফাড়নবিশকে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বুলি মানি লৈছে যদিও এতিয়ালৈকে ইয়াৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই।

মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাত কিয় বিলম্ব হৈছে তাক লৈ দেশজুৰি চৰ্চা চলি থকাৰ মাজতে শনিবাৰে বিজেপিৰ এজন জ্যেষ্ঠ নেতাই পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দৌৰত দেৱেন্দ্ৰ ফাড়নবিশ সবাটোকৈ শীৰ্ষত আছে বুলি উল্লেখ কৰে।

অহা পাঁচ ডিচেম্বৰত মহাযুটীয়ে চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে জ্যেষ্ঠ বিজেপি নেতাজনে। নাম প্ৰকাশ নকৰাৰ চৰ্তত বিজেপি নেতাজনে এই মন্তব্য কৰা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

উল্লেখ্য যে, ২০ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত বিজেপি, একনাথ সিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসনতেই জয় লাভ কৰিছিল।

এই নিৰ্বাচনত ১৩২ খন আসন দখল কৰি সৰ্ববৃহত দল হিচাপে পৰিগণিত হৈছে বিজেপি। ইফালে একনাথ সিন্দে বাহিনীয়ে ৫৭ খন আৰু অজিত পাৱাৰ এন চি পিয়ে ৪১ খন আসনত জয় লাভ কৰিছিল।

২৩ নৱেম্বৰতেই ফলাফল ঘোষণা হৈছিল যদিও এইপৰ্যন্ত মহাযুটীয়ে মুখ্যমন্ত্ৰী কোন হ’ব সেয়া চূড়ান্ত কৰিব পৰা নাই।

উল্লেখ্য যে, সিন্দে, ফাড়নবিশ আৰু অজিত পাৱাৰে বৃহস্পতিবাৰে নিশা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল। এই বৈঠকতে মুখ্যমন্ত্ৰী নাম চূড়ান্ত হোৱাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল।

এই বৈঠক সম্পন্ন কৰি মুম্বাইলৈ উভতি অহা মহাযুটীৰ তিনিওজন শীৰ্ষ নেতাই শুকুৰবাৰে মুম্বাইত আন এখন বৈঠকত মিলিত হোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তত এই বৈঠকথন বাতিল হৈছিল। কাৰ্যবাহী মুখ্যমন্ত্ৰী একনাথ সিন্দেই পৈত্ৰিক গাঁৱলৈ ৰাওনা হোৱাৰ বাবেই বৈঠকখন বাতিল হোৱা বুলি জানিব দিছিল। এতিয়া মহাযুটীৰ এই বৈঠকখন দেওবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

Tags: Ajit PawarDevendra FadnavisEknath ShindeMaharashtra

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025