• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 4, 2025
26 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱালী; কিন্তু কিয়? জানক সবিশেষ

    ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

    ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পদত্যাগ পত্ৰ দাখিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

      Nation NE by Nation NE
      February 9, 2025
      in Top News, মণিপুৰ
      0 0
      পদত্যাগ পত্ৰ দাখিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ
      Share on FacebookShare on TwitterWhatsApp

      বিগত দুবছৰ ধৰি মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা জাতিগত হিংসা আৰু দলীয় বিধায়কৰ অসন্তুষ্টিৰ মাজতে দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে।

      ইম্ফলৰ ৰাজভৱনত তেওঁ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাক পদত্যাগ পত্ৰ দাখিল কৰে। সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ মাজতে ৰাজ্যত বিজেপি চৰকাৰৰ নেতৃত্ব দিয়া বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। কেইবামাহো ধৰি দলত চলি থকা অশান্তি আৰু আভ্যন্তৰীণ আলোচনাৰ অন্তত তেওঁৰ পদত্যাগ।

      দেওবাৰে এন বীৰেণ সিঙে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাৰ সৈতে ডেৰ ঘণ্টীয়া বৈঠকত মিলিত হয়। এই বৈঠক অনুষ্ঠিত হৈছিল দিল্লীৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহত। গৃহমন্ত্ৰীৰ ঘৰৰ পৰা ওলাই আহি বীৰেণ সিং পোনে পোনে ইম্ফললৈ যায়।

      ইয়াৰ পিছতে ৰাজ্যপাল অজয় ​​ভল্লাক সাক্ষাৎ কৰি পদত্যাগ কৰে বীৰেন সিঙে। ৰাজ্যপালৰ ওচৰত দাখিল কৰা পদত্যাগ পত্ৰত তেওঁ মণিপুৰৰ অখণ্ডতা আৰু ৰাজ্যৰ নিৰাপত্তা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

      পদত্যাগ পত্ৰত তেওঁ লগতে ৰাজ্যৰ স্থিতিশীলতা আৰু নিৰাপত্তা সম্পৰ্কীয় পাঁচটা বৃ্হৎ দাবী কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত উত্থাপন কৰে। মণিপুৰৰ ঐতিহাসিক আৰু সাংস্কৃতিক অখণ্ডতা বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি বীৰেণ সিঙে লগতে সীমান্তত অনুপ্ৰৱেশ বন্ধ কৰাৰ আৰু অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ নীতি প্ৰণয়নৰ দাবী জনায়। সীমান্তৰ দ্ৰুত উন্নয়নৰ কাম অব্যাহত ৰাখিবলৈও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় পদত্যাগী বীৰেণ সিঙে।

      Tags: #ManipurCMResign

      Related Posts

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ
      BIG BREAKING

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      June 4, 2025
      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      June 4, 2025
      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন
      Top News

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      June 4, 2025
      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ
      Top News

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      June 4, 2025
      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…
      Top News

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      June 4, 2025
      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়

      শীৰ্ষ সংবাদ

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist