• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পদত্যাগ পত্ৰ দাখিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

Nation NE by Nation NE
February 9, 2025
in Top News, মণিপুৰ
0 0
পদত্যাগ পত্ৰ দাখিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ
Share on FacebookShare on TwitterWhatsApp

বিগত দুবছৰ ধৰি মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা জাতিগত হিংসা আৰু দলীয় বিধায়কৰ অসন্তুষ্টিৰ মাজতে দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে।

ইম্ফলৰ ৰাজভৱনত তেওঁ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাক পদত্যাগ পত্ৰ দাখিল কৰে। সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ মাজতে ৰাজ্যত বিজেপি চৰকাৰৰ নেতৃত্ব দিয়া বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। কেইবামাহো ধৰি দলত চলি থকা অশান্তি আৰু আভ্যন্তৰীণ আলোচনাৰ অন্তত তেওঁৰ পদত্যাগ।

দেওবাৰে এন বীৰেণ সিঙে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাৰ সৈতে ডেৰ ঘণ্টীয়া বৈঠকত মিলিত হয়। এই বৈঠক অনুষ্ঠিত হৈছিল দিল্লীৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহত। গৃহমন্ত্ৰীৰ ঘৰৰ পৰা ওলাই আহি বীৰেণ সিং পোনে পোনে ইম্ফললৈ যায়।

ইয়াৰ পিছতে ৰাজ্যপাল অজয় ​​ভল্লাক সাক্ষাৎ কৰি পদত্যাগ কৰে বীৰেন সিঙে। ৰাজ্যপালৰ ওচৰত দাখিল কৰা পদত্যাগ পত্ৰত তেওঁ মণিপুৰৰ অখণ্ডতা আৰু ৰাজ্যৰ নিৰাপত্তা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

পদত্যাগ পত্ৰত তেওঁ লগতে ৰাজ্যৰ স্থিতিশীলতা আৰু নিৰাপত্তা সম্পৰ্কীয় পাঁচটা বৃ্হৎ দাবী কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত উত্থাপন কৰে। মণিপুৰৰ ঐতিহাসিক আৰু সাংস্কৃতিক অখণ্ডতা বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি বীৰেণ সিঙে লগতে সীমান্তত অনুপ্ৰৱেশ বন্ধ কৰাৰ আৰু অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ নীতি প্ৰণয়নৰ দাবী জনায়। সীমান্তৰ দ্ৰুত উন্নয়নৰ কাম অব্যাহত ৰাখিবলৈও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় পদত্যাগী বীৰেণ সিঙে।

Tags: #ManipurCMResign

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025