• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 4, 2025
26 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱালী; কিন্তু কিয়? জানক সবিশেষ

    ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

    ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ, কি কি ক্ষেত্ৰত আহিব পৰিবৰ্তন?

      Nation NE by Nation NE
      February 13, 2025
      in Top News, মণিপুৰ
      0 0
      পদত্যাগ পত্ৰ দাখিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ
      Share on FacebookShare on TwitterWhatsApp
      সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি এখন ৰাজ্যত কোনো জৰুৰীকালীন সমস্যা আহি পৰিলে ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী কৰিব পাৰি। ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ কাৰ্যসমূহ কেন্দ্ৰ আৰু ৰাজ্য বিধানমণ্ডলৰ কাৰ্যসমূহ সংসদক অৰ্পন কৰা হয়।
      প্ৰায় ২ বছৰ ধৰি অগ্নিগৰ্ভাময় হৈ আছিল।শেহতীয়াকৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছিল।
      ৪ দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছতেই মণিপুৰত প্ৰৱৰ্তন কৰা হৈছে ৰাষ্ট্ৰপতিৰ শাসন। ৰাজনৈতিক অচলাবস্থাৰ বাবেই ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয় ৰাজ্যখনত।
      উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পাছতে ৰাজ্যখনত সৃষ্টি হৈছিল ৰাজনৈতিক অস্থিৰতাৰ।যাৰ পৰিপেক্ষিতত কিছুদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল।
      ৰাষ্ট্ৰপতি শাসনৰ ফলত জনতাৰ ওপৰত প্ৰত্যক্ষভাৱে কোনো প্ৰভাৱ নপৰে। কিন্তু ৰাজ্যৰ ক্ষমতা ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। ইয়াৰোপৰি ৰাষ্ট্ৰপতি শাসন চলি থকাৰ সময়ত চৰকাৰে সেই ৰাজ্য সন্দৰ্ভত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।
      যেতিয়া এখন ৰাজ্য এখনত জৰুৰীকালীন সমস্যাৰ সৃষ্টি হোৱা বুলি ৰাষ্ট্ৰপতিয়ে মান্তি হয়, তেতিয়া সেই ৰাজ্যত কাৰ্যকৰী হয় ৰাষ্ট্ৰপতিৰ শাসন। ৰাষ্ট্ৰপতিৰ এই ঘোষণা দুমাহলৈকে বলবৎ থাকিব পাৰে, কিন্তু ইয়াক বৃদ্ধি কৰিবলৈ লোকসভা আৰু ৰাজ্যসভাত এটা প্ৰস্তাৱ অনা হয়। কোনো বিশেষ পৰিস্থিতিত ৰাষ্ট্ৰপতি শাসন ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
      Tags: #ManipurCMPresident

      Related Posts

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      Top News

      June 4, 2025
      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ
      BIG BREAKING

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      June 4, 2025
      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      June 4, 2025
      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন
      Top News

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      June 4, 2025
      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ
      Top News

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      June 4, 2025
      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…
      Top News

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      June 4, 2025

      শীৰ্ষ সংবাদ

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist