• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ, কি কি ক্ষেত্ৰত আহিব পৰিবৰ্তন?

Nation NE by Nation NE
February 13, 2025
in Top News, মণিপুৰ
0 0
পদত্যাগ পত্ৰ দাখিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ
Share on FacebookShare on TwitterWhatsApp
সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি এখন ৰাজ্যত কোনো জৰুৰীকালীন সমস্যা আহি পৰিলে ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী কৰিব পাৰি। ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ কাৰ্যসমূহ কেন্দ্ৰ আৰু ৰাজ্য বিধানমণ্ডলৰ কাৰ্যসমূহ সংসদক অৰ্পন কৰা হয়।
প্ৰায় ২ বছৰ ধৰি অগ্নিগৰ্ভাময় হৈ আছিল।শেহতীয়াকৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছিল।
৪ দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছতেই মণিপুৰত প্ৰৱৰ্তন কৰা হৈছে ৰাষ্ট্ৰপতিৰ শাসন। ৰাজনৈতিক অচলাবস্থাৰ বাবেই ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয় ৰাজ্যখনত।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পাছতে ৰাজ্যখনত সৃষ্টি হৈছিল ৰাজনৈতিক অস্থিৰতাৰ।যাৰ পৰিপেক্ষিতত কিছুদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল।
ৰাষ্ট্ৰপতি শাসনৰ ফলত জনতাৰ ওপৰত প্ৰত্যক্ষভাৱে কোনো প্ৰভাৱ নপৰে। কিন্তু ৰাজ্যৰ ক্ষমতা ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। ইয়াৰোপৰি ৰাষ্ট্ৰপতি শাসন চলি থকাৰ সময়ত চৰকাৰে সেই ৰাজ্য সন্দৰ্ভত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।
যেতিয়া এখন ৰাজ্য এখনত জৰুৰীকালীন সমস্যাৰ সৃষ্টি হোৱা বুলি ৰাষ্ট্ৰপতিয়ে মান্তি হয়, তেতিয়া সেই ৰাজ্যত কাৰ্যকৰী হয় ৰাষ্ট্ৰপতিৰ শাসন। ৰাষ্ট্ৰপতিৰ এই ঘোষণা দুমাহলৈকে বলবৎ থাকিব পাৰে, কিন্তু ইয়াক বৃদ্ধি কৰিবলৈ লোকসভা আৰু ৰাজ্যসভাত এটা প্ৰস্তাৱ অনা হয়। কোনো বিশেষ পৰিস্থিতিত ৰাষ্ট্ৰপতি শাসন ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
Tags: #ManipurCMPresident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025