• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২৫ মিটাৰ পিষ্টলৰ ফাইনেলত মনু ভাকৰ; কাইলৈ স্বৰ্ণ জয়ৰ লক্ষ্যৰে নামিব শ্বুটিং ৰেঞ্জত

Nation NE by Nation NE
August 2, 2024
in Top News, BIG BREAKING, ক্ৰীড়া
0 0
২৫ মিটাৰ পিষ্টলৰ ফাইনেলত মনু ভাকৰ; কাইলৈ স্বৰ্ণ জয়ৰ লক্ষ্যৰে নামিব শ্বুটিং ৰেঞ্জত
Share on FacebookShare on TwitterWhatsApp

পেৰিছ অলিম্পিকৰ পৰা আহিছে ভাল খবৰ। বিশ্বৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনৰ ষষ্ঠ দিনটোত পুনৰবাৰ জিলিকি উঠিছে শ্বুটাৰ মনু ভাকৰ। এইবাৰ মহিলাৰ ২৫ মিটাৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ কৰিছে মনু ভাকৰে।

ফাইনেলত স্থান নিশ্চিত কৰাৰ লগে লগে মনু ভাকৰৰ জৰিয়তে ভাৰতবাসীয়ে আৰু এটা পদক লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। পদকৰ বাবে মনু ভাকৰে কাইলৈ অৰ্থাৎ ৩ আগষ্টত ফাইনেলত অৱতীৰ্ণ হ’ব।

কোৱালিফায়িং ৰাউণ্ডত মুঠ ৫৯০ পইণ্টেৰে দ্বিতীয় স্থানত থকা মনু ভাকৰে শনিবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১ বজাত পদক অৰ্জনৰ বাবে শ্বুটিং ৰেঞ্জত নামিব।

ভাৰতীয় শ্বুটাৰগৰাকীয়ে ২৫ মিটাৰ পিষ্টলৰ কোৱালিফায়িং ৰাউণ্ডৰ প্ৰিছিজন ৰাউণ্ডত ২৯৪ পইণ্ট আৰু ৰেপিড ৰাউণ্ডত ২৯৬ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থানত থাকে।

উল্লেখ্য যে, চলিত অলিম্পিকত মনু ভাকৰে এই পৰ্যন্ত লাভ কৰিছে দুটা ব্ৰঞ্জ পদক। অলিম্পিক ইতিহাসত একেটা অলিম্পিকত দুটা পদক অৰ্জন কৰা মনু ভাকৰ একমাত্ৰ ভাৰতীয়। যদিহে শনিবাৰে মহিলাৰ ২৫ মিটাৰ পিষ্টলৰ ফাইনেলত মনুৱে পদক অৰ্জন কৰে তেন্তে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে হ’ব এক ঐতিহাসিক ক্ষণ।

Tags: IndiaManu BhakerMedalParis Olympics 2024Shooting

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025