• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফ্ৰান্সত উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীক, AI শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

Nation NE by Nation NE
February 11, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ফ্ৰান্সত উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীক,  AI শীৰ্ষ সন্মিলনত কৰিব  অংশগ্ৰহণ
Share on FacebookShare on TwitterWhatsApp

তিনিদিনীয়া ভ্ৰমণসূচীৰে ১০ জানুৱাৰীত ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। য’ত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ‘এ আই একচন ছামিট’ৰ সহ-সভাপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

পেৰিছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে এটা পোষ্টত কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পেৰিছত উপস্থিত হৈছে, য’ত তেওঁক বিশেষ আদৰণি জনোৱা হৈছে। বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনাই ফ্ৰান্সৰ সশস্ত্ৰ বাহিনীৰ মন্ত্ৰী ছাবেলাকৰ্ণুৱে।

স্থানীয় সময় অনুসৰি, সন্ধিয়া মোদীয়ে ইলিচি পেলেচত ৰাষ্ট্ৰপতি মেক্ৰনে আয়োজন কৰা ৰাতিৰ আহাৰত অংশগ্ৰহণ কৰিব চৰকাৰ আৰু ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ সন্মানত।

এই ৰাতিৰ আহাৰত প্ৰযুক্তি খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰিত আন কেইবাজনো বিশিষ্ট ব্যক্তিও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে ‘এ আই একচন ছামিট’ৰ সহ-অধ্যক্ষতা কৰিব।

ফ্ৰান্সলৈ যোৱাৰ পূৰ্বে দিয়া এক বিবৃতিত মোদীয়ে কয় যে, তেওঁ বিশ্ব-নেতা আৰু বিশ্ব-প্ৰযুক্তিৰ চিইঅ’সকলৰ সন্মিলন এআই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰিবলৈ আগ্ৰহী। য’ত তেওঁলোকে উদ্ভাৱন আৰু বহল জনকল্যাণক সৰ্বাংগীন, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্যভাৱে আগুৱাই নিয়াৰ বাবে এআই প্ৰযুক্তিৰ সহযোগিতামূলক পদ্ধতিৰ ওপৰত ধাৰণাসমূহ ভাগ-বতৰা কৰিব।

লগতে মোদী আৰু মেক্ৰনে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব আৰু ভাৰত-ফ্ৰান্সৰ চিইঅ’ ফ’ৰামত ভাষণ দিব। বুধবাৰে দুয়োগৰাকী নেতাই প্ৰথম বিশ্বযুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় জোৱানক শ্ৰদ্ধাঞ্জলি জনাবলৈ মাজাৰগুৱেছ যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব। তেওঁ মাৰ্চেইলত ভাৰতৰ নতুন কনছুলেট জেনেৰেল উদ্বোধন কৰিব।

মোদী আৰু মেক্ৰনে উচ্চ বিজ্ঞান প্ৰকল্প আন্তৰ্জাতিক তাপ পাৰমাণৱিক পৰীক্ষামূলক ৰিয়েক্টৰ (আইটিইআৰ)ৰ স্থান কাদাৰাচে পৰিদৰ্শন কৰিব। বিষয়াসকলৰ মতে, মোদীৰ এয়া ৬বাৰৰ বাবে ফ্ৰান্স ভ্ৰমণ।

Tags: FranceModiPM

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025