• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
21 °c
Guwahati
20 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বৃদ্ধি পাব দৰমহা; মোদী চৰকাৰে দিলে অনুমতি

Nation NE by Nation NE
January 16, 2025
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বৃদ্ধি পাব দৰমহা; মোদী চৰকাৰে দিলে অনুমতি
Share on FacebookShare on TwitterWhatsApp

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনাৰৰ ভাট্টা সংশোধন কৰিবলৈ অষ্টম দৰমহা আয়োগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত লোৱা বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনায়।

মন কৰিবলগীয়া যে ২০১৬ চনত সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল আৰু ২০২৬ চনত ইয়াৰ কাৰ্যকাল অন্ত পৰিব। বৈষ্ণৱে কয় যে অষ্টম আয়োগৰ বাবে শীঘ্ৰে অধ্যক্ষ আৰু দুজন সদস্যক নিযুক্তি দিয়া হ’ব।

মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত লোৱা হৈছে।

দৰমহা আয়োগ কি?

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰতি ১০ বছৰৰ মূৰে মূৰে কৰ্মচাৰীৰ দৰমহা, ভাট্টা আৰু অন্যান্য সুবিধাসমূহ সংশোধন কৰে। ইয়াৰ বাবে এখন সমিতি গঠন কৰা হয়, যাক কেন্দ্ৰীয় দৰমহা আয়োগ বোলা হয়। এই আয়োগে মুদ্ৰাস্ফীতি আৰু অন্যান্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দৰমহা বৃদ্ধিৰ পৰামৰ্শ দিয়ে।

Tags: Central EmployeeModi GovtPay Commission

Related Posts

দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025