• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 24, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

সমাগত অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ লোৱাৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কয় যে, অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ দুটা অংশ সামৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলং উদ্বোধন কৰাৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট, গুৱাহাটীও উদ্বোধন কৰিব।

সৰস্বতী পূজাৰ দিনটোতে গুৱাহাটী মহানগৰীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । মহানগৰীৰ কাহিলীপাৰাত মৃত্যুঞ্জয় ১০৮ ৰ খুন্দাত  প্ৰাণ হেৰৱায় এগৰাকী যুৱতীয়ে। বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ নামৰ ২২ বছৰীয়া যুৱতীগৰাকী থিতাতে নিহত হয় এই ভয়ংকৰ দুৰ্ঘটনাত। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ ২৪ বছৰীয়া এজন যুৱক। বৰ্তমান সংকটজনক অৱস্থাত GMCH ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে যুৱকজন।

১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ অত্যাধুনিক দলং। এই নতুন দলঙখনৰ ওপৰতো থাকিব টোল গেট। ইতিমধ্যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙত স্থাপন হ’বলগীয়া টোল প্লাজা (Toll Plaza)ৰ বাবে নিবিদা আহ্বান কৰা হৈছে । নিবিদা আহ্বান কৰিছে অসম গড়কাপ্তানী বিভাগে ।

প্ৰায় ৪ বছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত। ইয়াৰে মাজতে ইউক্ৰেইনৰ ২ খন বৃহৎ চহৰ ৰাছিয়াৰ আক্ৰমণৰ বলি হোৱা বুলি জানিব পৰা গৈছে। বিষয়াসকলে জনোৱা মতে, এই আক্ৰমণত ১৩ জন লোক আহত হৈছে। এক প্ৰতিবেদন অনুসৰি, ২৪ জানুৱাৰীত ইউক্ৰেইনৰ দুখন বৃহৎ চহৰত ৰাছিয়াই আক্ৰমণ চলোৱাৰ ফলত ৰাজধানী কিয়ভত দুজন আৰু উত্তৰ-পূবত অৱস্থিত খাৰ্কিভত ১১ জন লোক আহত হয়।

Tags: Latest newsmorning newsnews update

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025