• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 10, 2026
28 °c
Guwahati
27 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 10, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি মুকলি হ’ব ৰাজ্যৰ দীৰ্ঘতম ৫.৪ কিঃমিঃ উৰণসেতু। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব নুনমাটি-ৰিৰ্জাভ বেংক সংযোগী এই উৰণসেতু। ৮৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে মহাৰাজ পৃথু নামেৰে নিৰ্মিত এই উৰণসেতু। এই উৰণসেতু ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণসেতু।
  • বিহুৰ পূৰ্বে মহিলাসকললৈ ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয়ৰ হিতাধিকাৰীসকলে লাভ কৰিব ৯ হাজাৰ টকা। পুৱা ১০.৩০ বজাত ৪০ লাখ মহিলাৰ একাউণ্টত সোমাব এই ধন।
  • ১১  মাৰ্চত নগাঁৱত মুকলি হ’ব জুবিন উদ্যান। উদ্যানখনত স্থাপন কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি।  সন্ধ্যাপৰত এই পাৰ্কত বাজি উঠিব জুবিন গাৰ্গৰ গীত। এই উদ্যানত আছে ৱাকিং জ’ন, মুকলি ব্যায়ামাগাৰ আৰু শিশু উদ্যান। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ বাকৰিত নিৰ্মাণ কৰা হৈছে এই উদ্যান। বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত নগাঁৱত নিৰ্মাণ কৰা হৈছে এই উদ্যানখন।
  • ১০ আৰু ১১ মাৰ্চত দিল্লী-এনচিআৰৰ বাবেও ভয়াৱহ গ্ৰীষ্ম বতাহৰ সম্ভাৱনা আছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এই দুদিনত সৰ্বোচ্চ তাপমাত্ৰা ৩৮ৰ পৰা ৪০ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে, আনহাতে নিশাৰ উষ্ণতা ২০ ডিগ্ৰী চেলছিয়াছৰ ওচৰত থকাৰ সম্ভাৱনা আছে।বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া পূৰ্বাভাস অনুসৰি অহা ১০ আৰু ১১ মাৰ্চত ৰাজধানী চহৰখনৰ উষ্ণতা স্বাভাৱিকতকৈ বহু বেছি হ’ব আৰু দিনৰ ভাগত তীব্ৰ গৰম হ’ব।
  • ইৰাণৰ বিৰুদ্ধে ইৰাণ-ইজৰাইল যুদ্ধত এতিয়া তুৰস্কই নিজকে সক্ৰিয়ভাৱে জড়িত বুলি ঘোষণা কৰিছে। ভূমধ্যসাগৰত তুৰস্কই ইৰাণৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছত এই ঘোষণা কৰা হৈছে। তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইৰাণক ভাবুকি দি কয় যে, ইৰাণে নিজৰ ভূখণ্ডৰ নিৰাপত্তা আৰু নাগৰিকৰ সুৰক্ষা বিপন্ন কৰা যিকোনো ব্যৱস্থাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
Tags: Latest newsmorning newsnews update

Related Posts

ইৰাণ যুদ্ধৰ প্ৰভাৱ! বন্ধ স্কুল-কলেজ,বিষয়া আৰু ৰাজনীতিবিদৰ দৰমহা কৰ্তন
Top News

ইৰাণ যুদ্ধৰ প্ৰভাৱ! বন্ধ স্কুল-কলেজ,বিষয়া আৰু ৰাজনীতিবিদৰ দৰমহা কৰ্তন

March 10, 2026
ইৰাণৰ দ্বাৰা বেলিষ্টিক মিছাইল নিক্ষেপক লৈ ক্ষুব্ধ তুৰস্ক, যুদ্ধ ঘোষণা কৰি সাগৰত নিক্ষেপ ক্ষেপণাস্ত্ৰ

জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি

ইৰাণত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাক লৈ ইজৰাইলৰ ওপৰত ক্ষুব্ধ আমেৰিকা! প্ৰেৰণ কৰিলে এই তীক্ষ্ণ বাৰ্তা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 10, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 10, 2026

শীৰ্ষ সংবাদ

ইৰাণ যুদ্ধৰ প্ৰভাৱ! বন্ধ স্কুল-কলেজ,বিষয়া আৰু ৰাজনীতিবিদৰ দৰমহা কৰ্তন

ইৰাণৰ দ্বাৰা বেলিষ্টিক মিছাইল নিক্ষেপক লৈ ক্ষুব্ধ তুৰস্ক, যুদ্ধ ঘোষণা কৰি সাগৰত নিক্ষেপ ক্ষেপণাস্ত্ৰ

জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি

ইৰাণত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাক লৈ ইজৰাইলৰ ওপৰত ক্ষুব্ধ আমেৰিকা! প্ৰেৰণ কৰিলে এই তীক্ষ্ণ বাৰ্তা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025