• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 11, 2026
26 °c
Guwahati
22 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 11, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

১৫ মাৰ্চত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ডেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। ডেৰগাঁৱৰ পৰা পোনে পোনে মিজোৰামলৈ ৰাওনা হ’ব গৃহমন্ত্ৰীগৰাকী।

১০ মাৰ্চত মুকলি হ’ল মহাৰাজ পৃথু উৰণসেতু। পুৱাই উৰণসেতুখনত উখল-মাখল পৰিৱেশ। উত্তৰ-পূবৰ দীৰ্ঘতম উৰণসেতু চাবলৈ উপস্থিত বহু লোক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে নুনমাটি-দীঘলীপুখুৰী সংযোগী উৰণীয়া সেতু। ৩দিনলৈ walking zone হিচাপে থাকিব সেতুখন। ১৪ মাৰ্চৰ পৰাহে যানবাহন চলাচল কৰিব নৱনিৰ্মিত উৰণীয়া সেতুখনত।

ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা সংঘাতক লৈ ১০ মাৰ্চত হোৱা কেবিনেট বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়। তেওঁ আহ্বান জনায় যে মন্ত্ৰালয় আৰু বিভাগসমূহে যাতে এইয়া নিশ্চিত ৰাখে যেন মধ্যপ্ৰাচ্যৰ সংকটে ভাৰতৰ জনতাৰ ওপৰত প্ৰভাৱ নেপেলায়। তেওঁ নিজ মন্ত্ৰালয়ক যিকোনো সম্ভাৱ্য প্ৰত্যাহ্বানৰ বাবে সম্পূৰ্ণৰূপে সাজু হ’বলৈ আহ্বান জনায়।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ যুদ্ধ শীঘ্ৰে সমাপ্ত হ’ব বুলি ইংগিত দিয়াৰ পিছত খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। ব্ৰেণ্ট খাৰুৱা তেল প্ৰতি বেৰেলত ৯১.৫৫ ডলাৰলৈ হ্ৰাস পাইছে। পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (WTI) খাৰুৱা তেলৰ মূল্য ১০% হ্ৰাস পাই প্ৰতি বেৰেলত ৮৫.০২ ডলাৰ হয়। মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাই বিশ্ব শক্তিৰ বজাৰ কঁপাই তুলিছে আৰু মুদ্ৰাস্ফীতিৰ সংকটৰ বিষয়ে নতুন চিন্তাৰ সৃষ্টি কৰিছে।

Tags: latest updatemorning newsnews update

Related Posts

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত
Top News

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025