• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 22, 2026
21 °c
Guwahati
22 ° Mon
23 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 22, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • কংগ্ৰেছৰে মিত্ৰতাৰ পাছতে ৩ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ। জালুকবাৰী, নাওবৈচা, ধেমাজিৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ। নিশা সংশোধিত প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ। জালুকবাৰী সমষ্টিৰ ৰমেন বৰঠাকুৰ, নাওবৈচাত হৰিকান্ত দাস, ধেমাজিত বাবুল সোনোৱালৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ। তিনিওটা সমষ্টিতে কংগ্ৰেছে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী।
  • বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিশেষ সভা সম্পন্ন। নিৰ্বাচনী ৰণকৌশল, সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে এই বৈঠক। বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। টিকট বঞ্চিত, নতুনকৈ টিকট লাভ কৰা প্ৰাৰ্থী সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নতো প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চাই আৰু অধিক আত্মবিশ্বাসী হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। লগতে তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা দুৰ্বল বুলি আওপকীয়াকৈ মন্তব্য কৰে।
  • পঞ্জাৱৰ লুধিয়ানাত চেইন স্নেচিঙৰ কাণ্ড অবিৰতভাৱে অব্যাহত আছে। শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে সদৰ থানা এলেকাত। এক্টিভা গাড়ীত উঠি অহা এজন যুৱকে দিনৰ পোহৰত এগৰাকী মহিলাক লক্ষ্য কৰি লৈ তেওঁৰ সোণৰ চেইন কাঢ়ি লৈ ​​পলায়ন কৰে। সদৰ থানাৰ আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰিবলৈ অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে।
  • মধ্যপ্ৰাচ্যত অব্যাহত থকা উত্তেজনাৰ মাজতে ইৰানে ভাৰত মহাসাগৰত থকা আমেৰিকা-ব্ৰিটিছ ঘাটি ডিয়েগো গাৰ্চিয়াত দুটা ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইল (আই আৰ বি এম)ৰে আক্ৰমণ কৰে। এই ক্ষেপণাস্ত্ৰ আক্ৰমণে বিশ্বক স্তম্ভিত কৰি তুলিলে, কিয়নো ইৰাণৰ পৰা প্ৰায় ৪ হাজাৰ কিলোমিটাৰ দূৰত্বত ডিয়েগো গাৰ্চিয়া। ইফালে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰি ইজৰাইল আৰু আমেৰিকাৰ সৈতে চলি থকা যুদ্ধৰ অন্ত পেলোৱাৰ চৰ্ত উল্লেখ কৰে।
Tags: latest updatemorning newsnews update

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 22, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 22, 2026
যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

March 21, 2026
পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025