• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

Nation NE by Nation NE
July 12, 2025
in Top News, অসম, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
Share on FacebookShare on TwitterWhatsApp

মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত অনুষ্ঠিত ৩২সংখ্যক আছিয়ান আঞ্চলিক ফ’ৰাম (ARF)ৰ মন্ত্ৰীবৰ্গৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

এই বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ARF পৰিকাঠামোৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতি, ভাৰতৰ “Act East Policy”ৰ প্ৰাণৱন্ততা আৰু বৃহত্তৰ ইণ্ডো-পেচিফিক অঞ্চলৰ প্ৰতি আমাৰ দেশৰ দৃষ্টিভংগী সম্পৰ্কে বিস্তৃত বাখ্যা প্ৰদান কৰে।

ইয়াৰ উপৰি এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভূ-ৰাজনৈতিক পৰিৱেশৰ মাজত আঞ্চলিক আৰু বৈশ্বিক প্ৰত্যাহ্বানবোৰ সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী সম্পৰ্কে মতামত আগবঢ়ায়।

কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই এই বৈঠকত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য-সহনশীলতাৰ নীতি আৰু ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ বাবে আত্মৰক্ষাৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা প্ৰদান কৰে।

মন্ত্ৰীগৰাকীয়ে তেখেতৰ বক্তব্যত প্ৰসংগক্ৰমে শেহতীয়াকৈ পেহেলগামত সংঘটিত আক্ৰমণৰ সৈতে পাকিস্তানৰ অৱশ্যম্ভাৱী সম্পৰ্কৰ কথা উল্লেখ কৰে আৰু পাকিস্তানে আহ্বান কৰা তথাকথিত “নিৰপেক্ষ অনুসন্ধান”ৰ দাবীক কঠোৰভাৱে সমালোচনা কৰে।

উল্লেখ্য যে এই বৈঠকত আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ইউৰোপিয়ান ইউনিয়ন, আমেৰিকা, ৰাছিয়া, চীন, অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আদিকে প্ৰমুখ্য কৰি মুঠ ২৭ খন দেশৰ বিদেশমন্ত্ৰীসকল উপস্থিত আছিল।

Tags: Kuala LumpurMalaysiaPabitra Margherita

Related Posts

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025

শীৰ্ষ সংবাদ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025