• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

Nation NE by Nation NE
July 12, 2025
in Top News, অসম, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
Share on FacebookShare on TwitterWhatsApp

মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত অনুষ্ঠিত ৩২সংখ্যক আছিয়ান আঞ্চলিক ফ’ৰাম (ARF)ৰ মন্ত্ৰীবৰ্গৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

এই বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ARF পৰিকাঠামোৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতি, ভাৰতৰ “Act East Policy”ৰ প্ৰাণৱন্ততা আৰু বৃহত্তৰ ইণ্ডো-পেচিফিক অঞ্চলৰ প্ৰতি আমাৰ দেশৰ দৃষ্টিভংগী সম্পৰ্কে বিস্তৃত বাখ্যা প্ৰদান কৰে।

ইয়াৰ উপৰি এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভূ-ৰাজনৈতিক পৰিৱেশৰ মাজত আঞ্চলিক আৰু বৈশ্বিক প্ৰত্যাহ্বানবোৰ সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী সম্পৰ্কে মতামত আগবঢ়ায়।

কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই এই বৈঠকত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য-সহনশীলতাৰ নীতি আৰু ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ বাবে আত্মৰক্ষাৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা প্ৰদান কৰে।

মন্ত্ৰীগৰাকীয়ে তেখেতৰ বক্তব্যত প্ৰসংগক্ৰমে শেহতীয়াকৈ পেহেলগামত সংঘটিত আক্ৰমণৰ সৈতে পাকিস্তানৰ অৱশ্যম্ভাৱী সম্পৰ্কৰ কথা উল্লেখ কৰে আৰু পাকিস্তানে আহ্বান কৰা তথাকথিত “নিৰপেক্ষ অনুসন্ধান”ৰ দাবীক কঠোৰভাৱে সমালোচনা কৰে।

উল্লেখ্য যে এই বৈঠকত আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ইউৰোপিয়ান ইউনিয়ন, আমেৰিকা, ৰাছিয়া, চীন, অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আদিকে প্ৰমুখ্য কৰি মুঠ ২৭ খন দেশৰ বিদেশমন্ত্ৰীসকল উপস্থিত আছিল।

Tags: Kuala LumpurMalaysiaPabitra Margherita

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025