• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১১ মিনিটত ৭টা বি*স্ফো*ৰণে জোকাৰি যায় মুম্বাই চহৰ! ১২জনক দোষমুক্ত বম্বে উচ্চ ন্যায়ালয়ৰ…

Nation NE by Nation NE
July 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
১১ মিনিটত ৭টা বি*স্ফো*ৰণে জোকাৰি যায় মুম্বাই চহৰ! ১২জনক দোষমুক্ত বম্বে উচ্চ ন্যায়ালয়ৰ…
Share on FacebookShare on TwitterWhatsApp

২১ জুলাইত বম্বে উচ্চ ন্যায়ালয়ে ২০০৬ চনৰ মুম্বাই স্থানীয় ৰে’ল বিস্ফোৰণৰ গোচৰ সন্দৰ্ভত ডাঙৰ ৰায় দিয়ে। উচ্চ ন্যায়ালয়ে ১১জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰি ইতিমধ্যে দোষমুক্ত কৰিছে।

ন্যায়াধীশ অনিল কিলোৰ আৰু ন্যায়াধীশ এছ জি চন্দকৰ বিভাগীয় বিচাৰপীঠে এই ৰায় ঘোষণা কৰে। নিম্ন আদালতে ১২জন অভিযুক্তৰ শাস্তি ঘোষণা কৰিছিল। ইয়াৰে ৫জনক মৃ*ত্যু*দ*ণ্ড আৰু ৭জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় যদিও উচ্চ ন্যায়ালয়ে ৰায় বাতিল কৰে।

২০০৬ চনৰ ১১ জুলাইত মুম্বাইত সংঘটিত হোৱা বিস্ফোৰণত ১৮৯ জন লোকে প্ৰাণ হেৰুৱাইছিল।এই গোচৰত ২০১৫ চনত ১৩ জন অভিযুক্তৰ ভিতৰত ১২ জনক দোষী সাব্যস্ত কৰিছিল অধিবেশন আদালতে। ইতিমধ্যে এজন অভিযুক্তৰ মৃত্যু হৈছে।

সূত্ৰ অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰী মাহত গোচৰৰ চূড়ান্ত শুনানি সম্পূৰ্ণ হৈছিল যদিও ইয়াৰ ৰায় সংৰক্ষিত আছিল। এই আটাইকেইজন অভিযুক্ত নাছিক, য়েৰাৱাদা আৰু নাগপুৰৰ কাৰাগাৰত আছে। তেওঁলোকৰ শুনানি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৰা হৈছিল।

মুম্বাইত সংঘটিত হোৱা বিস্ফোৰণত ১৮৯ জন লোকৰ মৃত্যুৰ সমান্তৰালকৈ ৮২৭ জন যাত্ৰীও গুৰুতৰভাৱে আহত হয়। ১১ জুলাইত মাত্ৰ ১১ মিনিটত ৭টা বিস্ফোৰণ সংঘটিত হৈছিল। অধিবেশন আদালতৰ সিদ্ধান্তৰ পিছত অভিযুক্তই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল, য’ত তেওঁলোকক দোষমুক্ত কৰা হৈছিল।

অভিযুক্ত মহম্মদ ফৈছাল শ্বেখ, এহতেশ্বাম ছিদ্দিকী, নৱেদ হুছেইন খান, আছিফ খান আৰু কমল আনছাৰীক মৃ*ত্যু*দ*ণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ২০২২ চনত কৰ’না ভাইৰাছৰ বাবে কাৰাগাৰত মৃত্যু হৈছিল কমল আনছাৰীৰ।

পিটিআইৰ প্ৰতিবেদন অনুসৰি আদালতে কয় যে, অভিযুক্তৰ বিৰুদ্ধে গোচৰটো প্ৰমাণ কৰাত বিচাৰ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অভিযুক্তই এই অপৰাধ সংঘটিত কৰিছে বুলি বিশ্বাস কৰাটো টান, সেয়েহে তেওঁলোকৰ দোষী সাব্যস্ত হোৱাটো বাতিল কৰা হৈছে।

Tags: BlastMumbaitrain attack

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025