• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰষুণৰ ফলত মুম্বাইত ৭ জনৰ প্ৰাণহানি, থানে-পালঘৰত ৰেড এলাৰ্ট! বন্ধ স্কুল-কলেজ…

Nation NE by Nation NE
August 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বৰষুণৰ ফলত মুম্বাইত ৭ জনৰ প্ৰাণহানি, থানে-পালঘৰত ৰেড এলাৰ্ট! বন্ধ স্কুল-কলেজ…
Share on FacebookShare on TwitterWhatsApp

মুম্বাইৰ লগতে মহাৰাষ্ট্ৰৰ বহু জিলাত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে ব্যাহত কৰিছে  সাধাৰণ জীৱন-ধাৰণ। মুম্বাই, থানে, পালঘৰ আৰু নৱী মুম্বাইৰ বহু অঞ্চলৰ পথত পানী জমা হোৱাৰ বাবে পৰিস্থিতি অধিক অচল হৈ পৰিছে। থানে আৰু পালঘৰ জিলাত ১৮–১৯ আগষ্টৰ বাবে আইএমডিয়ে ৰেড এলাৰ্ট জাৰি কৰিছে। ইয়াৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ত বন্ধ ঘোষণা কৰা হৈছে।

একে সময়তে মুম্বাইৰ নন্দদ জিলাত ২০০ৰো অধিক লোক আবদ্ধ হৈ পৰিছে, যি ঠাই খালী কৰাৰ বাবে সেনাবাহিনীক নিয়োগ কৰিবলগীয়া হৈছিল। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে নিশ্চিত কৰিছে যে, এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু হৈছে।

মুম্বাইৰ আন্ধেৰী আৰু বৰিভালিত মাত্ৰ ৩ ঘণ্টাৰ ভিতৰতে ধাৰাসাৰ বৰষুণৰ ফলত ৫০ মিলিমিটাৰতকৈ অধিক পানী পৰে। বৰিভালিৰ পৰা চাৰ্চগেটলৈকে অঞ্চলসমূহত আগন্তুক কেইঘণ্টামানৰ ভিতৰত বৰষুণ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। কল্যাণৰ জয় ভৱনী নগৰ অঞ্চলৰ নেটিভলী পাহাৰত ভূমিস্খলন হোৱাৰ পিছতে স্থানীয় বাসিন্দাসকলক ওচৰৰ পৌৰসভাৰ বিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। তেওঁলোকৰ বাবে খাদ্য আৰু থকাৰ ব্যৱস্থাও কৰা হৈছে। জিলা প্ৰশাসনে ইয়াত সেনা আৰু এন ডি আৰ এফৰ দল মোতায়েন কৰিছে।

মন্ত্ৰালয়ত অৱস্থিত জৰুৰীকালীন কেন্দ্ৰৰ পৰা পৰিস্থিতি পৰ্যালোচনা কৰি ফাদনৱীছে কয় যে, ৰত্নাগিৰি, ৰায়গড় আৰু হিংগোলী জিলাতো ধাৰাসাৰ বৰষুণ হৈছে। বিদৰ্ভ অঞ্চলত দুই লাখ হেক্টৰৰো অধিক শস্য ধ্বংস হোৱাৰ লগতে ৮০০ খন গাঁও ক্ষতিগ্ৰস্ত হয়। মুম্বাইত ৮ ঘণ্টাত ১৭০ মিলিমিটাৰ বৰষুণ হোৱাৰ ফলত ১৪টা ঠাইত পানী জমা হোৱাৰ বিপৰীতে মাত্ৰ দুটা স্থানত যাতায়ত ব্যাহত হয়।

তেওঁ কয় যে, আগন্তুক ১০–১২ ঘন্টা অতি গুৰুত্বপূৰ্ণ আৰু স্থানীয় সংস্থাসমূহক বন্ধ ঘোষণা কৰাৰ অধিকাৰ দিয়া হৈছে। মাৰাথৱাদা অঞ্চলত যোৱা ৫ দিনত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০৫ টা পশুধনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

Tags: AlertMumbaiRain

Related Posts

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ
Top News

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025

শীৰ্ষ সংবাদ

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025