• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অভিনেত্ৰীৰ বাহনৰ খুন্দাত মৃত্যু এজন শ্ৰমিকৰ, ৩ জন গুৰুতৰভাৱে আহত

Nation NE by Nation NE
December 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
অভিনেত্ৰীৰ বাহনৰ খুন্দাত মৃত্যু এজন শ্ৰমিকৰ, ৩ জন গুৰুতৰভাৱে আহত
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে পুৱতি নিশা মুম্বাইৰ কান্দিৱলী অঞ্চলত মাৰাঠী অভিনেত্ৰী উৰ্মিলা কোথাৰেৰ বাহনৰ খুন্দাত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। এই তথ্য প্ৰদান কৰে আৰক্ষীয়ে।

এগৰাকী বিষয়াই জনোৱা মতে, এই দুৰ্ঘটনাত অভিনেত্ৰীগৰাকী আৰু তেওঁৰ চালকজনো আহত হয়। শ্বুটিং শেষ কৰি ঘৰলৈ উভতি আহি থকাৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াজনে।

আৰক্ষীৰ মতে, সঠিক সময়ত গাড়ীৰ এয়াৰবেগ খোল খোৱা বাবে অভিনেত্ৰীগৰাকীৰ জীৱন ৰক্ষা পৰে। মুম্বাইৰ কান্দিৱলী অঞ্চলৰ পোইছৰ মেট্ৰ’ ষ্টেচনৰ সমীপত এই ঘটনা সংঘটিত হয়, য’ত এখন দ্ৰুতবেগী গাড়ীয়ে মেট্ৰ’ত কৰ্মৰত দুজন শ্ৰমিকক খুন্দা মাৰে। এই ঘটনাত এজন শ্ৰমিকৰ মৃত্যু হয়, আনহাতে আনজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।

তীব্ৰ বেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Tags: ActressCar AccidentMumbaiMumbai Police

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025