• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, January 25, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

Nation NE by Nation NE
September 22, 2025
in Top News, অসম, উত্তৰ পূৱ, নাগালেণ্ড
0 0
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Share on FacebookShare on TwitterWhatsApp

অসমৰ যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত প্ৰয়াত গায়ক জুবিন গাৰ্গক লৈ এগৰাকী নগা ছাত্ৰই কৰা মন্তব্যক গৰিহণা দিছে নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙে।

কি হৈছিল ঘটনাটো

এটা আগশাৰীৰ সংবাদ সংস্থাৰ মতে, ছাত্ৰজনে প্ৰয়াত শিল্পীগৰাকীৰ বিৰুদ্ধে গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত টেমজেন ইমনা আলঙে জুবিনক কেৱল অসমৰেই নহয়, সমগ্ৰ উত্তৰ-পূব আৰু ভাৰতৰ গৌৰৱ বুলি অভিহিত কৰে। তেওঁ বিশ্ববিদ্যালয়খনৰ সকলো নগা ছাত্ৰ-ছাত্ৰী সুৰক্ষিত বুলিও আশ্বাস দিয়ে।

‘এইটো এটা অতি স্পৰ্শকাতৰ বিষয়। আমাৰ নিজৰ ল’ৰা এজনে যেতিয়া এনে ভুল কৰে, সেয়া জানি হওক বা অজ্ঞাতে হওক, প্ৰথম কথা, খঙত বা সুখত এনে বক্তব্য দিয়া উচিত নহয়। সেয়া সম্পূৰ্ণ ভুল’, এই মন্তব্য আলঙৰ।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘কাজিৰঙা বিশ্ববিদ্যালয়ৰ ৩০০-৪০০ৰো অধিক নগা ছাত্ৰ-ছাত্ৰী নিৰাপদ, আৰু এই ঘটনাটোৰ বাহিৰে কোনো অশুভ কাণ্ড সংঘটিত হোৱা নাই। খঙত হওক বা ধেমালিতে হওক এনে বক্তব্য ভুল আৰু সংবেদনহীন। জুবিন গাৰ্গ কেৱল অসমৰেই নহয়, সমগ্ৰ উত্তৰ-পূব আৰু ভাৰতৰো গৌৰৱ আছিল। আমাৰ ল’ৰাটোৱে যি কথা কৈছে তাৰ বাবে আমি দুখী।’

সমগ্ৰ অসমৰ অনুৰাগীসকলে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকা এই স্পৰ্শকাতৰ সময়ত ছ’চিয়েল মিডিয়াত আৱেগিক মন্তব্যৰ পৰা আঁতৰি থাকিবলৈও তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

কাজিৰঙা বিশ্ববিদ্যালয়ত কি হৈছিল?

কাজিৰঙা বিশ্ববিদ্যালয়ত শনিবাৰে নিশা প্ৰায় ৮:৩০ বজাত নাগালেণ্ডৰ এগৰাকী বি টেক চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই প্ৰয়াত গায়ক জুবিন গাৰ্গৰ প্ৰতি কৰা অসন্মানজনক মন্তব্যৰ পৰাই বিতৰ্ক আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।

এটা ভাইৰেল ভিডিঅ’ত ছাত্ৰজনে কোৱা শুনা গৈছিল, ‘কোনে গুৰুত্ব দিয়ে?’ এই কথা কোৱাৰ লগে লগে কোঠাটোত উপস্থিত থকা আন দুই এজনে প্ৰত্যুত্তৰ দি কয়, ‘আপুনি কি ক’ব বিচাৰিছে, ‘কোনে গুৰুত্ব দিয়ে?’ হেৰা, জুবিন দাক অসন্মান নকৰিবা।’

এইদৰে হকা বাধা দিয়াৰ পিছতো ছাত্ৰজনে যুক্তি দি কয়, ‘কুইনৰ মৃত্যুৰ সময়ত আপুনি গুৰুত্ব দিছিল নেকি? তেনেকুৱা নহ’ব। কোন সেই …(আপত্তিজনক শব্দ) জুবিন গাৰ্গ?’

Tags: NagalandTemjen Imna AlongZubeen Garg

Related Posts

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…
Top News

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

January 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

January 25, 2026

শীৰ্ষ সংবাদ

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025