• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

Nation NE by Nation NE
September 22, 2025
in Top News, অসম, উত্তৰ পূৱ, নাগালেণ্ড
0 0
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Share on FacebookShare on TwitterWhatsApp

অসমৰ যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত প্ৰয়াত গায়ক জুবিন গাৰ্গক লৈ এগৰাকী নগা ছাত্ৰই কৰা মন্তব্যক গৰিহণা দিছে নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙে।

কি হৈছিল ঘটনাটো

এটা আগশাৰীৰ সংবাদ সংস্থাৰ মতে, ছাত্ৰজনে প্ৰয়াত শিল্পীগৰাকীৰ বিৰুদ্ধে গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত টেমজেন ইমনা আলঙে জুবিনক কেৱল অসমৰেই নহয়, সমগ্ৰ উত্তৰ-পূব আৰু ভাৰতৰ গৌৰৱ বুলি অভিহিত কৰে। তেওঁ বিশ্ববিদ্যালয়খনৰ সকলো নগা ছাত্ৰ-ছাত্ৰী সুৰক্ষিত বুলিও আশ্বাস দিয়ে।

‘এইটো এটা অতি স্পৰ্শকাতৰ বিষয়। আমাৰ নিজৰ ল’ৰা এজনে যেতিয়া এনে ভুল কৰে, সেয়া জানি হওক বা অজ্ঞাতে হওক, প্ৰথম কথা, খঙত বা সুখত এনে বক্তব্য দিয়া উচিত নহয়। সেয়া সম্পূৰ্ণ ভুল’, এই মন্তব্য আলঙৰ।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘কাজিৰঙা বিশ্ববিদ্যালয়ৰ ৩০০-৪০০ৰো অধিক নগা ছাত্ৰ-ছাত্ৰী নিৰাপদ, আৰু এই ঘটনাটোৰ বাহিৰে কোনো অশুভ কাণ্ড সংঘটিত হোৱা নাই। খঙত হওক বা ধেমালিতে হওক এনে বক্তব্য ভুল আৰু সংবেদনহীন। জুবিন গাৰ্গ কেৱল অসমৰেই নহয়, সমগ্ৰ উত্তৰ-পূব আৰু ভাৰতৰো গৌৰৱ আছিল। আমাৰ ল’ৰাটোৱে যি কথা কৈছে তাৰ বাবে আমি দুখী।’

সমগ্ৰ অসমৰ অনুৰাগীসকলে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকা এই স্পৰ্শকাতৰ সময়ত ছ’চিয়েল মিডিয়াত আৱেগিক মন্তব্যৰ পৰা আঁতৰি থাকিবলৈও তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

কাজিৰঙা বিশ্ববিদ্যালয়ত কি হৈছিল?

কাজিৰঙা বিশ্ববিদ্যালয়ত শনিবাৰে নিশা প্ৰায় ৮:৩০ বজাত নাগালেণ্ডৰ এগৰাকী বি টেক চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই প্ৰয়াত গায়ক জুবিন গাৰ্গৰ প্ৰতি কৰা অসন্মানজনক মন্তব্যৰ পৰাই বিতৰ্ক আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।

এটা ভাইৰেল ভিডিঅ’ত ছাত্ৰজনে কোৱা শুনা গৈছিল, ‘কোনে গুৰুত্ব দিয়ে?’ এই কথা কোৱাৰ লগে লগে কোঠাটোত উপস্থিত থকা আন দুই এজনে প্ৰত্যুত্তৰ দি কয়, ‘আপুনি কি ক’ব বিচাৰিছে, ‘কোনে গুৰুত্ব দিয়ে?’ হেৰা, জুবিন দাক অসন্মান নকৰিবা।’

এইদৰে হকা বাধা দিয়াৰ পিছতো ছাত্ৰজনে যুক্তি দি কয়, ‘কুইনৰ মৃত্যুৰ সময়ত আপুনি গুৰুত্ব দিছিল নেকি? তেনেকুৱা নহ’ব। কোন সেই …(আপত্তিজনক শব্দ) জুবিন গাৰ্গ?’

Tags: NagalandTemjen Imna AlongZubeen Garg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025