• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘২২ তাৰিখৰ উত্তৰ ২২ মিনিটত’, পেহেলগাম কাণ্ডৰ এমাহ পিছত বিশ্ববাসীক স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

      Nation NE by Nation NE
      May 22, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ‘২২ তাৰিখৰ উত্তৰ ২২ মিনিটত’, পেহেলগাম কাণ্ডৰ এমাহ পিছত বিশ্ববাসীক স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ
      Share on FacebookShare on TwitterWhatsApp

      জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণৰ ঠিক এমাহ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজস্থানৰ ভূমিৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ববাসীক এনে এক স্পষ্ট বাৰ্তা দিয়ে যিটো পাকিস্তানে কেতিয়াও পাহৰিব নোৱাৰে।

      প্ৰধানমন্ত্ৰী মোদীয়ে আগ্ৰাসী সুৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অপাৰেশ্যন সিন্দূৰৰ বিষয়ে উল্লেখ কৰে। স্পষ্ট বাৰ্তা প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সিন্দূৰ বাৰুদলৈ পৰিণত হ’লে কি হয় সেয়া বিশ্বই দেখিছে।

      ১. পেহেলগাম আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘২২ তাৰিখৰ আক্ৰমণৰ প্ৰত্যুত্তৰত আমি ২২ মিনিটতে সন্ত্ৰাসবাদীৰ ৯টা সৰ্ববৃহত ঘাটী ধ্বংস কৰি দিছো। চৰকাৰে তিনিওটা সেনাক পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰাৰ পিছতে সেনাই পাকিস্তানক আঁঠু ল’বলৈ বাধ্য কৰাইছিল।’

      ২. প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘দেশে সংকল্প লৈছিল যে সন্ত্ৰাসবাদীক নিঃশেষ কৰা হ’ব আৰু মই ক’বলৈ পাই সুখী যে কল্পনা কৰাতকৈও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। তেওঁ কয়, ‘সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰিবলৈ তিনিটা নীতিৰ সিদ্ধান্ত লোৱা হৈছে – ১. ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব। সময় আমাৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব, পদ্ধতিও আমাৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব আৰু চৰ্তসমূহো আমাৰ হ’ব। ২. দ্বিতীয়তে ভাৰত পৰমাণু বোমাৰ ভাবুকিৰ বাবে ভয় নাখায়। ৩. তৃতীয়তে, সন্ত্ৰাসবাদৰ শীৰ্ষ নেতা আৰু সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰা চৰকাৰক পৃথক বুলি নাভাবো, আমি তেওঁলোকক এক বুলি গণ্য কৰিম।’

      ৩) প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, ‘সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি আমাৰ ভগ্নীসকলৰ কপাল উকা কৰিছিল। পেহেলগামত চলোৱা সেই গুলী ১৪০ কোটি দেশবাসীৰ হৃদয় বিন্ধিছিল।’

      ৪) তেওঁ আৰু কয়, ‘পাকিস্তানে এটা কথা পাহৰি গৈছে, এতিয়া ইয়াত ভাৰত মাতৃৰ সেৱক মোদী থিয় হৈ আছে। মোৰ মগজু শান্ত, শান্ত হৈয়ে থাকে, কিন্তু গৰম হ’লে ইয়াৰ পৰিণতি বহু বেয়া হ’ব। এতিয়া মোৰ ধমনীত তেজ নহয়, সিন্দূৰ বৈ আছে। প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানে উচিত মূল্য ভৰিব লাগিব আৰু এই মূল্য পাকিস্তানৰ সেনাই দিব লাগিব। পাকিস্তানৰ অৰ্থনীতিয়ে ইয়াৰ মূল্য ভৰিব।’

      ৫) ‘আজি আপোনালোকৰ আশীৰ্বাদ আৰু সেনাৰ সাহসিকতাৰে আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ। আমাৰ চৰকাৰ আৰু তিনিওটা সেনাই এনে চক্ৰবেহুৰ সৃষ্টি কৰিলে য’ত পাকিস্তানে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।’

      উল্লেখ্য যে, আজি ৰাজস্থানৰ বিকানেৰত অনুষ্ঠিত এক চৰকাৰী অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে পাকিস্তানৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়।

      Tags: BikanerNarendra ModiOperation SindoorRajasthan

      Related Posts

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      September 8, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

      September 8, 2025
      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
      Top News

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      September 7, 2025
      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই
      BIG BREAKING

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      September 7, 2025
      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      শীৰ্ষ সংবাদ

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist