• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিপদত ছোনিয়া-ৰাহুল; নেশ্যনেল হেৰাল্ডৰ গোচৰত EDৰ চাৰ্জশ্বীটত দুয়োজনৰ নাম

Nation NE by Nation NE
April 15, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
বিপদত ছোনিয়া-ৰাহুল; নেশ্যনেল হেৰাল্ডৰ গোচৰত EDৰ চাৰ্জশ্বীটত দুয়োজনৰ নাম
Share on FacebookShare on TwitterWhatsApp

নেশ্যনেল হেৰাল্ডৰ ধন সৰবৰাহৰ গোচৰত তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয় অৰ্থাত ইডিয়ে দাখিল কৰিলে চাৰ্জশ্বীট। তদন্তকাৰী সংস্থাটোৱে দাখিল কৰা চাৰ্জশ্বীটত নাম আছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ক্ৰমে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ। প্ৰথমবাৰৰ বাবে দুয়োজনৰ বিৰুদ্ধে দাখিল হৈছে চাৰ্জশ্বীট।

নেশ্যনেল হেৰাল্ডৰ ধন সৰবৰাহৰ অভিযোগত প্ৰৱাসী কংগ্ৰেছ প্ৰমুখ ছেম পিট্ৰ’ডাৰ সৈতে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে দিল্লীৰ ৰাউজ এভিনিউ আদালতত ইডিয়ে অভিযোগনামা দাখিল কৰিছে। এই অভিযোগনামাত সুমন ডুবে আদিৰ নামো সন্নিবিষ্ট কৰা হৈছে।

ইডিৰ সূত্ৰই জানিব দিয়া অনুসৰি, ৬৬১.৬৯ কোটি টকাৰ সম্পত্তি এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড (এজেএল) আৰু ৯০.২১ কোটি টকাৰ সম্পত্তি ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত।

এই পৰ্যন্ত তদন্তকাৰী সংস্থাটোৱে এজেএল আৰু ইয়ং ইণ্ডিয়ানৰ প্ৰায় ৭৫১.৯ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে। অভিযোগ অনুসৰি অপৰাধৰ দ্বাৰা কৰা উপাৰ্জনৰ পৰাই কোটি কোটি টকাৰ এই সম্পত্তি ক্ৰয় কৰা হৈছিল।

পিএমএলএৰ অধীনত দিল্লী, মুম্বাই আৰু লক্ষ্ণৌত এই অনুসন্ধান চলাইছিল ইডিয়ে। ইডিৰ সূত্ৰ অনুসৰি ৬৬১.৬৯ কোটি টকাৰ সম্পত্তি এজেএলৰ সৈতে সংযুক্ত হোৱাৰ বিপৰীতে প্ৰায় ৯০.২১ কোটি টকাৰ সম্পত্তি ইয়ং ইণ্ডিয়াৰ সৈতে জড়িত।

২০১৪ চনত ইডিয়ে দিল্লীৰ মহানগৰ দণ্ডাধীশৰ নিৰ্দেশত পিএমএলএৰ অধীনত এজেএল আৰু ইয়ং ইণ্ডিয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল। তদন্তত প্ৰকাশ পাইছে যে এই গোচৰৰ অভিযুক্তই ইয়ং ইণ্ডিয়ানৰ জৰিয়তে এজেএলৰ শ শ কোটি টকাৰ সম্পত্তি অধিগ্ৰহণৰ বাবে অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰিছিল।

কাকতখন প্ৰকাশৰ বাবে চৰকাৰে ভাৰতৰ কেইবাখনো চহৰত ৰেহাই হাৰত মাটি দিছিল এজেএলক। ২০০৮ চনত এজেএলে প্ৰকাশ বন্ধ কৰি এই সম্পত্তিসমূহ বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এজেএলে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীক ৯০.২১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলগীয়া হৈছিল যদিও কংগ্ৰেছ দলে এই ৯০.২১ কোটি টকাৰ ঋণ ৰেহাই দি মাত্ৰ ৫০ লাখ টকাত এজেএলক নতুন কোম্পানী ইয়ং ইণ্ডিয়ানক বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰে।

ইয়াৰ পিছত ইয়ং ইণ্ডিয়াৰ শ্বেয়াৰ গান্ধী পৰিয়াল আৰু তেওঁলোকৰ ঘনিষ্ঠ পৰিয়ালক দিয়া হ’ল, অৰ্থাৎ এজেএলৰ কোটি কোটি মূল্যৰ সম্পত্তি পৰোক্ষভাৱে ইয়ং ইণ্ডিয়ানৰ জৰিয়তে গান্ধী পৰিয়ালৰ নিয়ন্ত্ৰণলৈ আহিল।

এই গোচৰৰ অভিযুক্ত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, অস্কাৰ ফাৰ্নাণ্ডেছ, মোটিলাল ভোহৰা আৰু সুমন ডুবে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইডিয়ে ইতিমধ্যে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক জেৰা কৰিছে।

Tags: ChargesheetEDEnforcement DirectorateNational HeraldRahul GandhiSonia Gandhi

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025