• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুশীলা কাৰ্কীৰ ভৰি চুই প্ৰণাম কৰা ফ’টো ভাইৰেল, কোন হয় নেপালৰ GEN Z আন্দোলনৰ নেতা চুডান গুৰুং?

Nation NE by Nation NE
September 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সুশীলা কাৰ্কীৰ ভৰি চুই প্ৰণাম কৰা ফ’টো ভাইৰেল, কোন হয় নেপালৰ GEN Z আন্দোলনৰ নেতা চুডান গুৰুং?
Share on FacebookShare on TwitterWhatsApp

নেপালৰ ৰাজনৈতিক অশান্তিৰ মাজতে অৱশেষত দেশত এক নতুন অধ্যায় আৰম্ভ হৈছে। দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু যুৱক-যুৱতীসকলৰ কণ্ঠৰ হেঁচাত নেপালৰ প্ৰথমগৰাকী মহিলা অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে।

নেপালৰ চুডান গুৰুংকে ধৰি বহু যুৱ নেতাই এই পৰিৱৰ্তনশীল আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পৰিৱৰ্তনে স্পষ্ট কৰি দিছে যে নেপাল এতিয়া যুৱক-যুৱতীসকলৰ নেতৃত্বত আগবাঢ়ি যাব।

১২ ছেপ্তেম্বৰত নিশা সুশীলা কাৰ্কীয়ে নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দি তেওঁ দেশত প্ৰচলিত ৰাজনৈতিক অনিশ্চয়তাৰ অন্ত পেলায়। ইয়াৰ পূৰ্বে কে পি শৰ্মা অলীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ সিদ্ধান্তই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল। এই আন্দোলনৰ পিছত কে পি অলিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল।

এই ঐতিহাসিক পৰিৱৰ্তনত চুডান গুৰুঙৰ অৱদানও অতি গুৰুত্বপূৰ্ণ। ৩৬ বছৰীয়া চুডান গুৰুঙক নেপালৰ যুৱক-যুৱতীসকলৰ কণ্ঠ হিচাপে গণ্য কৰা হয়। ‘হামি নেপাল’ নামৰ এটা সংগঠনৰ অধীনত যুৱক-যুৱতীসকলক সংগঠিত কৰি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰে। বিশেষকৈ তেওঁ চৰকাৰে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে বিক্ষোভৰ নেতৃত্ব দিয়ে, যাৰ ফলত পৰৱৰ্তী সময়ত কে পি অলী চৰকাৰৰ পতন ঘটে। সুশীলা কাৰ্কিৰ শপতগ্ৰহণ অনুষ্ঠানত আশীৰ্বাদ লোৱা দেখা গৈছিল চুডান গুৰুঙে, যিয়ে ইংগিত দিয়ে যে, তেওঁ নতুন নেপাল প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ ওলাইছে।

চুডান গুৰুঙৰ নেতৃত্বত ‘হামি নেপাল’ নামৰ বেচৰকাৰী সংস্থাটোৱে ২০২০ চনত পঞ্জীয়ন কৰিছিল।এই সংগঠনৰ উদ্দেশ্য সমাজ কল্যাণ, প্ৰাকৃতিক দুৰ্যোগত সাহায্য কাম আৰু যুৱক-যুৱতীসকলক সবলীকৰণ বুলি কোৱা হৈছিল। এই সংগঠনটো যুৱক-যুৱতীসকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে, যাৰ বাবেই হাজাৰ হাজাৰ যুৱক-যুৱতী গুৰুঙৰ এক কণ্ঠত ৰাজপথলৈ ওলাই আহিল। কোৱা হৈছে যে তেওঁৰ লক্ষ্য নেপালত স্থিতিশীলতা, গণতন্ত্ৰ আৰু স্বচ্ছতা প্ৰতিষ্ঠা কৰা।

সুশীলা কাৰ্কীয়ে নেপালৰ ক্ষমতাৰ বাঘজৰী দখল কৰাত ভাৰতেও সুখ প্ৰকাশ কৰিছে। নতুন দিল্লীয়ে আদৰণি বাৰ্তা জাৰি কৰি কয় যে, নেপালত এতিয়া শান্তি আৰু স্থিতিশীলতাৰ পৰিৱেশ সৃষ্টি হ’ব বুলি আশা কৰিছে। ভাৰতে এইটোও স্পষ্ট কৰি দিলে যে, ঘনিষ্ঠ প্ৰতিবেশী, গণতান্ত্ৰিক অংশীদাৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ অংশীদাৰ হিচাপে দুয়োখন দেশৰ মংগল আৰু সমৃদ্ধিৰ বাবে একেলগে কাম অব্যাহত থাকিব।

Tags: #NepalBANProtest

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025