• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নেপালত পুনৰ GEN Z ৰ প্ৰতিবাদ, প্ৰশাসনে জাৰি কৰিলে সান্ধ্য আইন

Nation NE by Nation NE
November 21, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নেপালত পুনৰ GEN Z ৰ প্ৰতিবাদ, প্ৰশাসনে জাৰি কৰিলে সান্ধ্য আইন
Share on FacebookShare on TwitterWhatsApp

নেপালত পুনৰ জেন-জেডৰ প্ৰতিবাদ। উচ্ছেদিত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ নেপাল কমিউনিষ্ট পাৰ্টি আৰু ইউনিফাইড মাৰ্ক্সিষ্ট লেনিনিষ্টৰ কৰ্মীৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়। যাৰ ফলত কৰ্তৃপক্ষই নেপালৰ বাৰা জিলাত পুনৰ সান্ধ্য আইন জাৰি কৰে।

২০ নৱেম্বৰত বৃদ্ধি পোৱা উত্তেজনা আৰু শৃংখলা পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাৰ উল্লেখ কৰি জিলা প্ৰশাসনৰ কাৰ্যালয়ে নিশা ৮ বজালৈকে এই সান্ধ্য আইন ঘোষণা কৰে। চলিত সপ্তাহৰ আৰম্ভণিতে আৰম্ভ হোৱা এই সংঘৰ্ষ তীব্ৰতৰ হৈ পৰে যেতিয়া যুৱ প্ৰতিবাদকাৰীৰ দলে ইউএমএল সমৰ্থকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, কেতিয়াবা উত্তপ্ত আদান-প্ৰদানত লিপ্ত হয়। ইতিমধ্যে অধিক হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ দেশখনত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। জিলাখনত ক্ৰমবৰ্ধমান ৰাজনৈতিক অশান্তিৰ মাজতে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে।

জেন জেড যুৱ নেতা সম্ৰাট উপাধ্যায়ৰ মতে, তেওঁ আৰু তেওঁৰ বন্ধুসকলে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছিল। সম্ৰাটকে ধৰি মুঠ ১০-১২ জন লোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তাত উপস্থিত চিপিএন-ইউএমএলৰ কৰ্মীসকলে হঠাতে প্ৰতিবাদকাৰীক আক্ৰমণ কৰে। এই আক্ৰমণত আহত হয় ৭ জনকৈ যুৱক।

প্ৰথমে প্ৰতিবাদ কৰিবলৈ বাধা দিয়াৰ পিছত আৰক্ষীৰ সন্মুখত আক্ৰমণৰ বলি হোৱা বুলিও সদৰী কৰে সম্ৰাটে। আৰক্ষীয়ে যুৱককেইজনক লাঠিচালনা কৰি উদ্ধাৰ কৰে ইউএমএল কৰ্মীক। সম্ৰাটে মূৰ, কপাল, পিঠি, মুখত আঘাতপ্ৰাপ্ত হয়। মহেশ বাছনেট আৰু আক্ৰমণ সংঘটিত কৰা ইউএমএল কৰ্মীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে নিৰ্দ্বিধায় দাবী জনাইছে।

আহত যুৱক কেইজনৰ ভিতৰত আছে সম্ৰাট উপাধ্যায়, সুজল পাঠক, শ্বেখ চফিদ, ৰমেশ ভাণ্ডাৰী, সৌৰভ ৰিমল আদি।ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত যুৱক সকলে কৈছে যে, “আমি গুলী খাবলৈ সাজু, কিন্তু দোষীক শাস্তি নিদিয়ালৈকে আমি জিৰণি নলওঁ।”

Tags: #NepalGEN ZProtest

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025