• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নৱবৰ্ষত নতুন গাইডলাইন! উচ্চস্বৰত সংগীত বজোৱা বা ফটকা ফুটোৱাত নিষেধাজ্ঞা

Nation NE by Nation NE
December 30, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
নৱবৰ্ষত নতুন গাইডলাইন! উচ্চস্বৰত সংগীত বজোৱা বা ফটকা  ফুটোৱাত নিষেধাজ্ঞা
Share on FacebookShare on TwitterWhatsApp

নৱবৰ্ষৰ বাবে মাজত আৰু কেইটামানঘণ্টা বাকী আছে, যদিও এইবাৰ নৱবৰ্ষৰ পাৰ্টিত আতচবাজী ব্যৱহাৰ কৰিব নোৱাৰিব সৰ্বসাধাৰণে। আৰক্ষী আৰু ৰাজহ কাৰ্যালয়ৰ দলে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত ৰাজধানী দিল্লীৰ গ্ৰুপ হাউছিং ছ’চাইটিসমূহক দলীয় নিয়ম জাৰি কৰিছে। নিয়ম অনুসৰি, মাজনিশালৈ ছাদত পাৰ্টি কৰি থাকিব নোৱাৰিৱ আৰু উচ্চস্বৰত সংগীত বজাব নোৱাৰিৱ।

বিষয়াসকলৰ মতে, নৱবৰ্ষৰ দিনা অনুষ্ঠান আয়োজনৰ সংখ্যা যথেষ্ট বেছি। এনে পৰিস্থিতিত, প্ৰতি বছৰে বহুলোকে গ্ৰুপ হাউছিং ছ’চাইটিৰ পৰা দীৰ্ঘদিনীয়া শব্দ আৰু আতচবাজীৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ উপৰিও ঠায়ে ঠায়ে কাৰ্যসূচী চলি থকাৰ বাবে চাৰ্ভিচ লেনসমূহত গাড়ী ৰখাই থোৱাৰ ফলত যান-জঁটৰ সমস্যাও বৃদ্ধি পায়। এনে পৰিস্থিতিত গ্ৰুপ হাউছিং ছ’চাইটি, আৰ ডব্লিউ এ আৰু বজাৰ সংস্থাক এই নতুন নিয়মৰ বিষয়ে অৱগত কৰা হৈছে।

ইয়াৰ উপৰি যদি কোনো পাৰ্টিত ৫০০ৰো অধিক লোক উপস্থিত থাকিব খোজে, তেন্তে তাৰ অনুমোদন লোৱাটো প্ৰয়োজনীয়। ৰাজহুৱা স্থান, উদ্যান, আৰু অন্যান্য স্থানত আতচবাজী সম্পূৰ্ণ নিষিদ্ধ। গ্ৰুপ বা মুকলি গাড়ীৰ ডিজেত নিষেধাজ্ঞা। ৰাজহুৱা স্থান, উদ্যান আদিত মদ্যপান নিষিদ্ধ। অনুমোদন অবিহনে অনুষ্ঠিত কৰিব নোৱাৰিব কোনো পাৰ্টি। যদি ডিজে ব্যৱহাৰ কৰা হয়, তেন্তে শব্দ নিৰ্ধাৰিত সীমাৰ ভিতৰত হ’ব লাগিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াক বন্ধ কৰিব লাগিব।

Tags: #DelhiguidelineNew year

Related Posts

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি
Top News

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি

May 7, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

বংগত বিজেপিৰ বিজয়ৰ পিছতেই আশাৰ ৰেঙণি বাংলাদেশলৈ, খলিলুৰ ৰহমানে ক’লে ,’নতুন চৰকাৰে কি ভাবে বা কি কৰিব, সেয়া…’

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026

শীৰ্ষ সংবাদ

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি

বংগত বিজেপিৰ বিজয়ৰ পিছতেই আশাৰ ৰেঙণি বাংলাদেশলৈ, খলিলুৰ ৰহমানে ক’লে ,’নতুন চৰকাৰে কি ভাবে বা কি কৰিব, সেয়া…’

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025