• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিউজিলেণ্ডৰ ক্ৰিকেটাৰৰ বিধ্বংসী বেটিং; দ্ৰুততম দ্বিশতক অৰ্জনেৰে গঢ়িলে বিশ্ব অভিলেখ

Nation NE by Nation NE
October 23, 2024
in Top News, ক্ৰীড়া
0 0
নিউজিলেণ্ডৰ ক্ৰিকেটাৰৰ বিধ্বংসী বেটিং; দ্ৰুততম দ্বিশতক অৰ্জনেৰে গঢ়িলে বিশ্ব অভিলেখ
Share on FacebookShare on TwitterWhatsApp

নিউজিলেণ্ডৰ প্ৰতিভাৱান ক্ৰিকেটাৰ চাড জেছন ব’ৱেছে ৰচিছে ইতিহাস। লিষ্ট এ ক্ৰিকেটত দ্ৰুততম দ্বিশতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে চাড ব’ৱেছ। মাত্ৰ ১০৩টা বলত দ্বিশতক অৰ্জন কৰি লিষ্ট এ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে চাড ব’ৱেছে।

কেণ্টাৰবেৰীৰ বেটছমেন চাড ব’ৱেছে অটাগোৰ বিৰুদ্ধে খেলখনত বিধ্বংসী বেটিং কৰি মাত্ৰ ১০৩টা বলত দ্বিশতক অৰ্জন কৰি ইতিহাসৰ সৃষ্টি কৰে। লিষ্ট এ ক্ৰিকেটত তেওঁ অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডৰ অভিলেখ ভংগ কৰে।

২০২১ চনত দক্ষিণ অষ্ট্ৰেলিয়াৰ হৈ কুইন্সলেণ্ডৰ বিৰুদ্ধে খেলখনত ১১৪টা বলত দ্বিশতক অৰ্জন কৰিছিল হেডে।

লিষ্ট এ ক্ৰিকেটৰ আটাইতকৈ দ্ৰুততম দ্বিশতক

চাড ব’ৱেছ – ১০৩ বল

ট্ৰেভিছ হেড – ১১৪ বল

এন জগদীসন – ১১৪ বল

হেগলি অ’ভেলত খেলা মেচখনত চাডে বিস্ফোৰক ইনিংছ খেলি ১১০টা বলত ২০৫ ৰান সংগ্ৰহ কৰে। য’ত তেওঁৰ ইনিংছত আছিল ২৭টা চাৰি আৰু ৭টা ছয়। চাড ব’ৱেছৰ ইনিংছৰ ভিত্তিত কেণ্টাৰবেৰীৰ দলটোৱে ৫০ অভাৰত ৩৪৩ ৰান সংগ্ৰহ কৰিছিল।

উল্লেখ্য যে, ব’ৱেছে এতিয়ালৈকে নিউজিলেণ্ডৰ হৈ ৬খন এদিনীয়া আৰু ১১ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।

Tags: Chad BowesDouble CenturyNew ZealandWorld Record

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025