• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব’, ট্ৰাম্পক স্পষ্ট বাৰ্তা নিৰ্মলা সীতাৰমণৰ

Nation NE by Nation NE
September 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব’, ট্ৰাম্পক স্পষ্ট বাৰ্তা নিৰ্মলা সীতাৰমণৰ
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা শুল্কক লৈ অব্যাহত থকা চৰ্চাৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাছিয়াৰ পৰা তেল ক্ৰয় সন্দৰ্ভত এক ডাঙৰ বক্তব্য আগবঢ়াইছে। ট্ৰাম্পৰ ভাবুকিক আওকাণ কৰি ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় অব্যাহত ৰাখিব বুলি মন্তব্য কৰে সীতাৰমণে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, ‘আমি আমাৰ প্ৰয়োজন, মূল্য আৰু লজিষ্টিক চাই সিদ্ধান্ত লওঁ। বৈদেশিক মুদ্ৰা আৰু শক্তি সুৰক্ষা আমাৰ বাবে গুৰুত্বপূৰ্ণ। ভাৰতৰ মুঠ আমদানি ব্যয়ত খাৰুৱা তেলৰ অংশ সৰ্বাধিক।’

ভাৰতে য’ৰ পৰাই সস্তা আৰু সুস্থিৰ তেল পাব তাৰ পৰাই ব্যৱয়াস কৰিব বুলিও স্পষ্টতাৰে উল্লেখ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

এটা ব্যক্তিগত চেনেলক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰক দেশ ভাৰতে নিজৰ অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰিব। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো আমাৰ অৰ্থনৈতিক কৌশলৰ অংশ। আমি নিঃসন্দেহে তেল ক্ৰয় কৰি থাকিম। আমি আমাৰ প্ৰয়োজন অনুসৰি সিদ্ধান্ত ল’বলৈ স্বাধীন।’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোপ কৰা অত্যধিক শুল্কক কেৰেপ নকৰি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখিব বুলি পুনৰ কৰা মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

Tags: Donald trumpIndo-RussiaNarendra ModiNirmala SitharamanOil PurchaseRussia

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025