• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 29, 2025
25 °c
Guwahati
25 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গ্ৰেটাৰ নয়ডাত ‘আত্ম অপহৰণ’ৰ নাটক! আৰক্ষীয়ে ফাদিল কৰিলে তথ্য, অভিযুক্তক গ্ৰেপ্তাৰ

Nation NE by Nation NE
October 9, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গ্ৰেটাৰ নয়ডাত ‘আত্ম অপহৰণ’ৰ নাটক! আৰক্ষীয়ে ফাদিল কৰিলে তথ্য, অভিযুক্তক গ্ৰেপ্তাৰ
Share on FacebookShare on TwitterWhatsApp

গ্ৰেটাৰ নয়ডাত আৰক্ষীয়ে এক চাঞ্চল্যকৰ গোচৰ সমাধান কৰিলে। নিজৰ অপহৰণৰ নাটক কৰি পাঁচ লাখ টকা ধন দাবীৰ চক্ৰান্ত কৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

পিছে আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে, অভিযুক্তই অপহৰণৰ মঞ্চস্থ কৰাই নহয়, ভুৱা গোচৰত এক দম্পতীক ফ্ৰেমৱৰ্ক কৰিবলৈও চেষ্টা কৰিছিল।

আৰক্ষীৰ মতে, ধৃত অভিযুক্তৰ নাম দশৰথ সাহু। তেওঁ চিনাকি দম্পতী কুসুম আৰু কাশী ৰাইকৱাৰৰ পৰা ধন আদায় কৰাৰ সু-পৰিকল্পিত আঁচনি ৰচনা কৰিছিল। ২৪ ছেপ্টেম্বৰত অজনৰা ছ’চাইটিৰ সমীপত অভিযুক্তই তেওঁলোকক আক্ৰমণ কৰি পাঁচ লাখ টকা দাবী কৰে। যেতিয়া দম্পতীহালে ধন দিবলৈ অস্বীকাৰ কৰে তেতিয়া দশৰাথে তেওঁলোকক ভুৱা গোচৰত জড়িত কৰি হত্যা কৰাৰ ভাবুকি দিয়ে।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে নয়ডা থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে আৱিষ্কাৰ কৰে যে দশৰথ হঠাতে নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। ইফালে তেওঁৰ পত্নীয়ে কুসুম আৰু কাশিয়ে তেওঁক অপহৰণ কৰা বুলি অভিযোগ দিয়ে।

কিন্তু আৰক্ষীয়ে বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰিলে সত্য পোহৰলৈ আহে। কাৰিকৰী প্ৰমাণ আৰু চোৰাংচোৱাগিৰিৰ পৰা জানিব পৰা গৈছে যে দশৰথে অপহৰণৰ ভাও ধৰি এই কাহিনী ৰচনা কৰিছিল।

জেৰাৰ সময়ত দশৰথে স্বীকাৰ কৰে যে তেওঁ মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি ধন দাবী কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ পৰিকল্পনা আছিল আৰক্ষী আৰু পৰিয়াল দুয়োকে বিপথে পৰিচালিত কৰি দম্পতীহালৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ অপহৰণৰ নাটক মঞ্চস্থ কৰা।

আৰক্ষীয়ে ধন দাবী, ভয় দেখুৱাই, ভুৱা গোচৰ ৰুজু কৰাৰ ষড়যন্ত্ৰৰ অভিযোগত অভিযুক্ত দশৰথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে। বিষয়াসকলে উল্লেখ কৰিছে যে যদিহে এই গোচৰৰ সৈতে আন কোনো লোক জড়িত বুলি ধৰা পৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Tags: ExtortionNoidaSelf Kidnapping

Related Posts

দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

October 29, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

October 29, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

শীৰ্ষ সংবাদ

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025