• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 24, 2026
30 °c
Guwahati
29 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গ্ৰেটাৰ নয়ডাত ‘আত্ম অপহৰণ’ৰ নাটক! আৰক্ষীয়ে ফাদিল কৰিলে তথ্য, অভিযুক্তক গ্ৰেপ্তাৰ

Nation NE by Nation NE
October 9, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গ্ৰেটাৰ নয়ডাত ‘আত্ম অপহৰণ’ৰ নাটক! আৰক্ষীয়ে ফাদিল কৰিলে তথ্য, অভিযুক্তক গ্ৰেপ্তাৰ
Share on FacebookShare on TwitterWhatsApp

গ্ৰেটাৰ নয়ডাত আৰক্ষীয়ে এক চাঞ্চল্যকৰ গোচৰ সমাধান কৰিলে। নিজৰ অপহৰণৰ নাটক কৰি পাঁচ লাখ টকা ধন দাবীৰ চক্ৰান্ত কৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

পিছে আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে, অভিযুক্তই অপহৰণৰ মঞ্চস্থ কৰাই নহয়, ভুৱা গোচৰত এক দম্পতীক ফ্ৰেমৱৰ্ক কৰিবলৈও চেষ্টা কৰিছিল।

আৰক্ষীৰ মতে, ধৃত অভিযুক্তৰ নাম দশৰথ সাহু। তেওঁ চিনাকি দম্পতী কুসুম আৰু কাশী ৰাইকৱাৰৰ পৰা ধন আদায় কৰাৰ সু-পৰিকল্পিত আঁচনি ৰচনা কৰিছিল। ২৪ ছেপ্টেম্বৰত অজনৰা ছ’চাইটিৰ সমীপত অভিযুক্তই তেওঁলোকক আক্ৰমণ কৰি পাঁচ লাখ টকা দাবী কৰে। যেতিয়া দম্পতীহালে ধন দিবলৈ অস্বীকাৰ কৰে তেতিয়া দশৰাথে তেওঁলোকক ভুৱা গোচৰত জড়িত কৰি হত্যা কৰাৰ ভাবুকি দিয়ে।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে নয়ডা থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে আৱিষ্কাৰ কৰে যে দশৰথ হঠাতে নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। ইফালে তেওঁৰ পত্নীয়ে কুসুম আৰু কাশিয়ে তেওঁক অপহৰণ কৰা বুলি অভিযোগ দিয়ে।

কিন্তু আৰক্ষীয়ে বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰিলে সত্য পোহৰলৈ আহে। কাৰিকৰী প্ৰমাণ আৰু চোৰাংচোৱাগিৰিৰ পৰা জানিব পৰা গৈছে যে দশৰথে অপহৰণৰ ভাও ধৰি এই কাহিনী ৰচনা কৰিছিল।

জেৰাৰ সময়ত দশৰথে স্বীকাৰ কৰে যে তেওঁ মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি ধন দাবী কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ পৰিকল্পনা আছিল আৰক্ষী আৰু পৰিয়াল দুয়োকে বিপথে পৰিচালিত কৰি দম্পতীহালৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ অপহৰণৰ নাটক মঞ্চস্থ কৰা।

আৰক্ষীয়ে ধন দাবী, ভয় দেখুৱাই, ভুৱা গোচৰ ৰুজু কৰাৰ ষড়যন্ত্ৰৰ অভিযোগত অভিযুক্ত দশৰথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে। বিষয়াসকলে উল্লেখ কৰিছে যে যদিহে এই গোচৰৰ সৈতে আন কোনো লোক জড়িত বুলি ধৰা পৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Tags: ExtortionNoidaSelf Kidnapping

Related Posts

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026

শীৰ্ষ সংবাদ

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025