• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এক দেশ এক নিৰ্বাচনঃ কোন হ’ব জেপিচিৰ অধ্যক্ষ? আজি ঘোষণা কৰা হ’ব নাম..

Nation NE by Nation NE
December 20, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
এক দেশ এক নিৰ্বাচনঃ কোন হ’ব জেপিচিৰ অধ্যক্ষ? আজি ঘোষণা কৰা হ’ব নাম..
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ভৰত্ৰিহাৰী মাহতাবক এক দেশ এক নিৰ্বাচনৰ প্ৰস্তাৱ থকা দুখন বিধেয়ক পৰীক্ষা কৰিবলৈ সংসদৰ যুটীয়া সমিতিৰ অধ্যক্ষ হিচাপে বিবেচিত হৈছে।

বৃহস্পতিবাৰে এক সূত্ৰই জনোৱা অনুসৰি, ৰাজ্যসভাৰ ১০ গৰাকীৰ সদস্যৰে এক দেশ এক নিৰ্বাচনত গঠন হ’বলগীয়া জেপিচিৰ দলটো আজি ঘোষণা কৰিব পৰা যাব। ওড়িশাৰ পৰা বিজেপিৰ সাংসদ ভৰত্ৰিহাৰী হৰি মাহতাবক জেপিচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিব পাৰে।

চৰকাৰী সূত্ৰই জনোৱা মতে, এই গুৰুত্বপূৰ্ণ সমিতিৰ অধ্যক্ষৰ পদ বিজেপিয়ে পোৱাটো নিশ্চিত, এনে পৰিস্থিতিত মাহতাবৰ সংসদীয় অভিজ্ঞতা তেওঁৰ পক্ষত যাব পাৰে। মাহতাব ওড়িশাৰ পৰা সাতবাৰকৈ লোকসভাৰ সদস্য হৈ বৰ্তমান বিত্ত মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ মুৰব্বী।

লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ একেলগে নিৰ্বাচনৰ ব্যৱস্থা কৰা বিধেয়ক অধ্যয়নৰ বাবে যুটীয়া সংসদীয় সমিতিৰ সদস্যপদৰ বাবে নাম প্ৰস্তাৱ কৰা ২১ জন লোকসভা সদস্যৰ ভিতৰত মাহতাব অন্যতম। মাহতাবৰ লগতে অনুৰাগ ঠাকুৰ, পি পি চৌধুৰীকে ধৰি ১০ জন বিজেপি সাংসদ ইয়াত অন্তৰ্ভুক্ত।

এক জাতি এক নিৰ্বাচনৰ দিশত এখোজ আগুৱাই গৈ কেন্দ্ৰীয় চৰকাৰে বিৰোধী দলসমূহৰ তীব্ৰ বিৰোধিতাৰ মাজতে ১৭ ডিচেম্বৰত লোকসভাত সংবিধানৰ ১২৯ সংখ্যক সংশোধনী বিধেয়ক আৰু ইয়াৰ সৈতে জড়িত আন এখন বিধেয়ক উত্থাপন কৰিছিল। তাৰ পিছত বিৰোধীয়ে সংবিধান সংশোধনী বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনাইছিল। একে সময়তে সংবিধান সংশোধনীৰ বাবে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা সংগ্ৰহৰ প্ৰত্যাহ্বান আৰু বিৰোধীৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দুয়োখন বিধেয়ক জেপিচিলৈ প্ৰেৰণ কৰিবলৈ সন্মত হয়।

Tags: jpcOne Nation One ElectionPM Modi

Related Posts

‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025