• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানলৈ সহায় হাত ভাৰতৰ, পাৰমাণৱিক বোমাৰ ভাবুকি দিয়া অসীম মুনীৰে কৰিলে লাজতে শিৰ নত

Nation NE by Nation NE
August 25, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানলৈ সহায় হাত ভাৰতৰ,  পাৰমাণৱিক বোমাৰ ভাবুকি দিয়া অসীম মুনীৰে কৰিলে লাজতে শিৰ নত
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল অসীম মুনীৰ আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টোৱে ভাৰতক পাৰমাণৱিক বোমা আক্ৰমণৰ ভাবুকি দি থাকে। এই ভাবুকিৰ মাজতো ভাৰতে অপাৰেচন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানক সহায় কৰিছে। দৰাচলতে পাকিস্তানত বানপানীয়ে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে, য’ত প্ৰায় ৫০০ লোকৰ মৃত্যু হৈছে।

ইফালে ভাৰতে পাকিস্তানী বিষয়াসকলক বানপানীৰ বিষয়ে অৱগত কৰিছে। অপাৰেচন সিন্দুৰৰ পিছত এইবাৰ দুয়োখন দেশৰ বিষয়াৰ মাজত যোগাযোগৰ সৃষ্টি হৈছে।

সূত্ৰৰ উদ্ধৃতিৰে পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে, মে’ মাহত সংঘটিত সামৰিক সংঘৰ্ষৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰথমবাৰৰ বাবে যোগাযোগ হৈছে। ভাৰতে পাকিস্তানী বিষয়াসকলৰ সৈতে যোগাযোগ কৰি সম্ভাৱ্য বানপানীৰ বিপদৰ বিষয়ে বিতং তথ্য ভাগ-বতৰা কৰিছে।

পাকিস্তানৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, ভাৰতে তাৱী নদীত ভয়াৱহ বানপানীৰ সকীয়নি দিছে। ইছলামবাগৰ ভাৰতীয় উচ্চায়ুক্তই ২৪ আগষ্টত এই তথ্য দিছিল, যাৰ ভিত্তিত পাকিস্তানী কৰ্তৃপক্ষই তেওঁলোকৰ জনসাধাৰণক বানপানীৰ সতৰ্কবাণী জাৰি কৰিছিল। উল্লেখ্য যে, জম্মুৰ পৰা পাকিস্তানৰ পঞ্জাৱত তাৱী নদী প্ৰৱেশ কৰে।

আচলতে পাকিস্তানত ধাৰাসাৰ বৰষুণৰ বাবে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। পঞ্জাৱ ৰাজ্যত যোৱা ২৪ ঘন্টাত ২০ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। খাইবাৰ পখতুনখোৱা প্ৰদেশত বানপানীৰ সৰ্বোচ্চ প্ৰভাৱ দেখা গৈছে, য’ত ৩৫০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০০ৰো অধিক লোক আহত হৈছে। ইয়াৰ উপৰিও পানীজনিত ৰোগৰ আশংকাও বৃদ্ধি পাইছে। এই পৰ্যন্ত ১৫ হাজাৰৰো অধিক ৰোগীৰ খবৰ পোৱা গৈছে। বানাক্ৰান্ত ৰাজ্যসমূহত এনডিএমএ, সেনা আৰু অন্যান্য বেচৰকাৰী সংস্থাসমূহে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে।

চলিত বৰ্ষৰ ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগাম উপত্যকাত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত ২৬ জন পৰ্যটকৰ মৃত্যু হৈছিল। ইয়াৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে, য’ত সিন্ধু জল সন্ধি বাতিল কৰা, ভিছা স্থগিত ৰখা আৰু ৱাগাহ-আটাৰী সীমান্ত বন্ধ কৰা আদি আছিল। ইয়াৰ পিছত ভাৰতীয় সেনাই ৬-৭ মে’ৰ নিশা পাকিস্তানত প্ৰৱেশ কৰি অপাৰেচন সিন্দুৰ চলায়। এই বিমান আক্ৰমণত পাকিস্তান আৰু পাক অধীকৃত কাশ্মীৰত উপস্থিত থকা ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে ১০টাতকৈও অধিক সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰা হয়। ইয়াৰ পিছত দুয়োখন দেশৰ মাজত সম্পৰ্ক অৱনতি ঘটিছিল আৰু তাৰ পিছত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা আৰম্ভ কৰিছিল, য’ত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

Tags: INDIA-PAKISTANOperation SindoorPakistan

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025

শীৰ্ষ সংবাদ

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025