• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত আক্ৰমণৰ পাকিস্তানৰ অপচেষ্টা বিফল, সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতীয় সেনাই

Nation NE by Nation NE
May 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এক্সন আৰম্ভ ভাৰতৰ, ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দুৰ’, পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানে ড্ৰোনেৰে ভাৰতক অহৰহ আক্ৰমণ কৰিবলৈ চেষ্টা চলাই আছে। ৯ মে’ত পাকিস্তানে ভাৰতৰ বহু চহৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল যদিও ভাৰতে পাকিস্তানৰ সকলো প্ৰচেষ্টা বিফল কৰে।

পাকিস্তানলৈ প্ৰতিশোধৰ স্বাৰ্থত ভাৰতে পাকিস্তানৰ চেক প’ষ্টটো উৰুৱাই দিয়ে। লগতে সন্ত্ৰাসবাদীৰ লঞ্চ পেডো ধ্বংস কৰে। ইয়াৰ ভিডিঅ’ এতিয়া পোহৰলৈ আহিছে।

ভাৰতীয় সেনাই জম্মুৰ সমীপত পাকিস্তানী চকী আৰু সন্ত্ৰাসবাদী লঞ্চ পেড ধ্বংস কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কেনেকৈ এটা ষ্ট্ৰ’কতে লঞ্চ পেডবোৰ ধ্বংস হৈছিল। ৯ মে’ৰ নিশা পাকিস্তানে জম্মু-কাশ্মীৰৰ পৰা গুজৰাটলৈকে ২৬টা স্থানত ড্ৰ’ন আক্ৰমণ চলায়। বিমানবন্দৰ আৰু বায়ুসেনাৰ ঘাটিত পাকিস্তানে কৰা এই আক্ৰমণ বিফল হোৱা বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে।

৯ মে’ৰ গভীৰ নিশা ভাৰতীয় সেনাই কেইবাটাও স্থানত পাকিস্তানী ড্ৰোন আক্ৰমণ বিফল কৰাৰ কেইঘণ্টামানৰ পাছত আজি পুৱা শ্ৰীনগৰ চহৰত একাধিক বিস্ফোৰণৰ শব্দ শুনা যায়।

বিষয়াসকলে জনোৱা মতে, বিমানবন্দৰকে ধৰি গুৰুত্বপূৰ্ণ ইনষ্টলেশ্যনৰ ওচৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে। বিস্ফোৰণৰ শব্দ শুনাৰ লগে লগে জম্মু ভিন ভিন স্থানত ছাইৰেন বাজিবলৈ ধৰে। বিষয়াসকলে জনোৱা মতে, চহৰসমূহত আৰু উপত্যকাৰ বেছিভাগ ঠাইতেই বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে।

Tags: kashmirOperation SindoorWar

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025