• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 11, 2025
31 °c
Guwahati
29 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘আফগানিস্তানক লৈ অপপ্ৰচাৰ চলাইছে পাকিস্তানে’, বৈদেশিক সচিবে উদঙালে পাকিস্তানৰ…

      Nation NE by Nation NE
      May 10, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ‘আফগানিস্তানক লৈ অপপ্ৰচাৰ চলাইছে পাকিস্তানে’, বৈদেশিক সচিবে উদঙালে পাকিস্তানৰ…
      Share on FacebookShare on TwitterWhatsApp

      ভাৰত-পাকিস্তানৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ে সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেদত বৈদেশিক সচিব মিক্ৰম মিশ্ৰীৰ লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দুগৰাকী জ্যেষ্ঠ মহিলা বিষয়া ক্ৰমে উইং কমাণ্ডাৰ ভূমিকা সিং আৰু কৰ্ণেল ছোফিয়া কুৰেশ্বীয়ে যৌথভাৱে আজি সংবাদমেলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে।

      সংবাদমেলত বৈদেশিক সচিব বিক্রম মিশ্রীয়ে পাকিস্তানৰ অপপ্রচাৰ উদঙাই দি কয় যে– ভাৰতীয় ক্ষেপণাস্ত্ৰই আফগানিস্তানক লক্ষ্য কৰি লৈছে বুলি ভুৱা দাবী কৰিছে পাকিস্তানে৷ এইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন অভিযোগ। বিগত ডেৰ বছৰ ধৰি আফগানিস্তানৰ জনসাধাৰণক পাকিস্তানক আক্ৰমণ কৰিছে আৰু সাধাৰণ নাগৰিক আৰু আন্তঃগাঁথনিক লক্ষ্য কৰি কেইবাবাৰো আফগানিস্তানক আক্ৰমণ কৰি আহিছে।

      উল্লেখযোগ্য যে, পাকিস্তানী সেনাই দাবী কৰিছিল যে, ভাৰতীয় সেনাই আফগানিস্তানত মিছাইল আৰু ড্ৰোন আক্ৰমণ চলাই আছে, যি এক ডাঙৰ আৰু বিপজ্জনক পৰিকল্পনাৰ অংশ আছিল। এই আক্ৰমণৰ লক্ষ্য সমগ্ৰ অঞ্চলটোক অশান্তিৰ দিশে ঠেলি দিয়া বুলি অপপ্ৰচাৰ চলাই আছে পাকিস্তানৰ সেনাই।

      বৈদেশিক সচিবগৰাকীয়ে কয় যে, পাকিস্তানৰ ৰাষ্ট্ৰীয় সংস্থাসমূহে বহুতো ভুৱা তথ্য প্ৰচাৰ কৰি আহিছে। পাকিস্তানে দাবী কৰিছে যে, ভাৰতৰ সামৰিক ইনষ্টলেশ্যনৰ ক্ষতি হৈছে, এইটো এটা গোকাট মিছা কথা। ছিৰছা আৰু আদমপুৰ বিমানঘাটিৰ ক্ষতিৰ দাবীও সম্পূৰ্ণৰূপে মিছা।

      সংবাদমেলৰ সময়ত এই বিমান ঘাটিসমূহৰ ছবিও দেখুওৱা হৈছিল, য’ত দেখা গৈছিল যে তাত সকলো স্বাভাৱিক অৱস্থাত আছে৷ বৈদেশিক সচিবগৰাকীয়ে কয় যে, পাকিস্তানে অসামৰিক স্থানক লক্ষ্য কৰি লৈছে যদিও শক্ৰদেশৰ সকলো অপচেষ্টা প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই।

      Tags: kashmirOperation SindoorWar

      Related Posts

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে
      Top News

      July 11, 2025
      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ
      Top News

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      July 11, 2025
      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী
      Top News

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      July 11, 2025
      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ
      Top News

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      July 11, 2025
      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      শীৰ্ষ সংবাদ

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist