• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 9, 2026
21 °c
Guwahati
21 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যদি ভাৰত-পাকিস্তানৰ যুদ্ধ হয়, তেন্তে ভাৰতৰ এই ৫ চুবুৰীয়া ৰাষ্ট্ৰই কাক সমৰ্থন কৰিব? জানক সবিশেষ…

Nation NE by Nation NE
May 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শংকাত জীৱন কটাইছে পাকিস্তানীয়ে! ভাৰতক সকীয়নি দিয়া পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীৰ সপৰিয়ালে কানাডালৈ পলায়ন
Share on FacebookShare on TwitterWhatsApp

পেহেলগাম আক্ৰমণৰ পিছত ক্ষোভেৰে ভৰি পৰিছে ভাৰত। ভাৰতৰ একচন প্লেনৰ বাবে পাকিস্তানত এতিয়া এক শংকিত পৰিৱেশ। ভাৰতীয় সেনাই অহৰহ অনুশীলন কৰি আছে, যাৰ বাবে পাকিস্তানৰ টোপনি নাইকিয়া হৈছে।

পাকিস্তানৰ ওপৰত ভাৰতৰ অৰ্থনৈতিক আক্ৰমণ অব্যাহত আছে। এই আক্ৰমণৰ পিছত ভাৰতে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিয়ে পাকিস্তানক ক্ষুব্ধ কৰি তুলিছে। ভাৰতে আক্ৰমণ কৰিব পাৰে বুলি আশংকা কৰিছে পাকিস্তানে। যদি দুয়োখন দেশৰ মাজত যুদ্ধ হয়, তেন্তে ভাৰতৰ ৫ খন চুবুৰীয়া ৰাষ্ট্ৰই কাক সমৰ্থন কৰাৰ সম্ভাৱনা আছে জানো আহক-

চীন দেশ পাকিস্তানৰ আটাইতকৈ ডাঙৰ সমৰ্থক হৈ আহিছে আৰু ভাৰতৰ সৈতে সংঘাত হ’লে চীনে পাকিস্তানক সমৰ্থন কৰিব পাৰে। কিন্তু বিশ্ব পৰ্যায়ত ভাৰতৰ প্ৰভাৱৰ বাবে চীনে মুকলিকৈ পাকিস্তানক সমৰ্থন কৰিব নোৱাৰে।

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশৰ পূৰ্বৰ চৰকাৰখন বহুলাংশে ভাৰতপন্থী বুলি গণ্য কৰা হৈছিল। কিন্তু ক্ষমতা সলনি হোৱাৰ পিছত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰখনে ভাৰতক সহায় কৰাৰ সম্ভাৱনা দেখা যোৱা নাই। কোৱা হৈছে যে, মহম্মদ ইউনুছে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিব পাৰে। বাংলাদেশৰ প্ৰাক্তন মেজৰ জেনেৰেলে কৈছিল যে, যদি পাকিস্তানে ভাৰতক আক্ৰমণ কৰে তেন্তে বাংলাদেশে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ দখল কৰিব লাগে।

যদি আমি মালদ্বীপৰ কথা কওঁ তেন্তে ইয়াত বৰ্তমান চৰকাৰৰ মনোভাৱ ভাৰত বিৰোধী হৈ আহিছে। এই কথা বিবেচনা কৰিলে ক’ব পাৰি যে যদি যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে মহম্মদ মুইজু নেতৃত্বাধীন চৰকাৰে ভাৰতক হয়তো সমৰ্থন নকৰে।

ইয়াৰ বাহিৰেও যদি আমি শ্ৰীলংকাৰ কথা কওঁ, তেন্তে এই দেশখন বিগত সময় ধৰি আৰ্থিক সংকটৰ সন্মুখীন হৈছে। ভাৰতে শ্ৰীলংকাক সদায় সহায় কৰি আহিছে। ইয়াৰ উপৰিও চীনেও সহায় কৰিছে। এনে পৰিস্থিতিত যদি যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া দেশখন নিৰপেক্ষ হৈ থাকিব পাৰে।

যদি আমি ভূটানৰ কথা কওঁ, তেন্তে এই দেশ সদায় ভাৰতৰ বন্ধু। কিন্তু পাকিস্তানৰ সৈতে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ’লে এই দেশ হয় নিৰপেক্ষ হৈ থাকিব, নহয় ভাৰতক সমৰ্থন কৰিব পাৰিব।

Tags: IndiaPakistanWar

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

February 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

শীৰ্ষ সংবাদ

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025