• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
29 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰে’ল হাইজেক : এতিয়াও পণবন্দী ১০০ৰো অধিক যাত্ৰী; মৃত্যু ১৬ গৰাকী সন্ত্ৰাসবাদীৰ

      Nation NE by Nation NE
      March 12, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ৰে’ল হাইজেক : এতিয়াও পণবন্দী ১০০ৰো অধিক যাত্ৰী; মৃত্যু ১৬ গৰাকী সন্ত্ৰাসবাদীৰ
      Share on FacebookShare on TwitterWhatsApp

      পৃথক ৰাষ্ট্ৰৰ দাবী কৰি অহা বিদ্ৰোহী সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মীয়ে মঙলবাৰে জাফৰ এক্সপ্ৰেছ নামৰ এখন যাত্ৰীবাহী ৰে’ল হাইজেক কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাকিস্তানত।

      পাকিস্তানৰ দক্ষিণ-পশ্চিম বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰ পৰা খাইবাৰ পখতুনখোৱাৰ পেছাৱাৰলৈ গৈ থকা সময়তে জাফৰ এক্সপ্ৰেছখন হাইজেক কৰে বেলুচিস্তান আৰ্মীয়ে। ৯টা দবা সংযুক্ত এই ৰে’লখনত কমেও ৪০০ যাত্ৰী আছিল। ইয়াৰে প্ৰায় ১০০ গৰাকী যাত্ৰী পাকিস্তানী সেনা, আৰক্ষী আৰু আই এছ আইৰ কৰ্মী।

      জানিব পৰা অনুসৰি, বিদ্ৰোহীয়ে ৰে’লখন হাইজেক কৰি এটা সুৰংগৰ ভিতৰলৈ লৈ গৈছিল। এই ঘটনাৰ পিছতে পাকিস্তানী সেনাৰ বৃহত দলে বিদ্ৰোহীৰ হাতৰ পৰা ৰে’লখন উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে।

      শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, সেনা বাহিনীয়ে এই পৰ্যন্ত বিদ্ৰোহীৰ কৱলৰ পৰা ৮০ গৰাকী পণবন্দীক উদ্ধাৰ কৰিছে। এই অভিযানৰ সময়ত হোৱা সংঘৰ্ষত কমেও ১৬ গৰাকী বিদ্ৰোহীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে পাক সেনাই। ১০০ৰো অধিক পণবন্দীক উদ্ধাৰৰ বাবে দুয়ো পক্ষৰ মাজত এতিয়াও সংঘৰ্ষ চলি আছে বুলি জানিব পৰা গৈছে।

      এই অভিযান সন্দৰ্ভত বেলুচিস্তান চৰকাৰৰ মুখপাত্ৰ চাহিদ ৰিন্দই কয়, ‘নিৰাপত্তাৰক্ষীয়ে এটা দবাৰ পৰা ৮০ গৰাকী যাত্ৰীক উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত আছে ৪৩ গৰাকী পুৰুষ, ২৬ গৰাকী মহিলা আৰু ১১ টি শিশু। অভিযানৰ সময়ত নিহত হৈছে ১৩গৰাকী সন্ত্ৰাসবাদী।’

      চৰকাৰ-প্ৰশাসনৰ এই দাবীৰ বিপৰীতে ৰে’ল হাইজেক কৰা লিবাৰেশ্যন আৰ্মীয়ে ৩০ গৰাকী পাক সেনাক হত্যা কৰা বুলি দাবী কৰিছে।

      ইফালে বেলুচিস্তান চৰকাৰৰ মুখপাত্ৰ চাহিদ ৰিন্দই জানিব দিয়া অনুসৰি, সুৰংগৰ ভিতৰত থকা ৰে’লখনত এতিয়াও ৪০০ গৰাকী যাত্ৰী আৱদ্ধ হৈ আছে। হাইজেক কৰা সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ মাজত চলি আছে সংঘৰ্ষ।

      আনহাতে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিব দিয়া অনুসৰি, জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগতে সেই স্থানতে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

      মঙলবাৰে এই ৰে’লখন হাইজেক কৰি বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে পাক সেনাক ধমক প্ৰদান কৰিছিল যে যদিহে পাক সেনাই উদ্ধাৰ অভিযান চলাবলৈ আহে তেন্তে ৰে’লখনত থকা এজনো যাত্ৰী জীয়াই নাথাকিব।

      উল্লেখ্য যে, পৃথক ৰাষ্ট্ৰৰ দাবীত ২০০০ চনত গঠন হৈছিল বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ। সংগঠনটো আত্মপ্ৰকাশ হোৱাৰ পিছৰে পৰা চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধত লিপ্ত হৈ আছে।

      Tags: BalochistanPakistanTrain Hijack

      Related Posts

      ষড়যন্ত্ৰ! হিন্দুৰ ঘৰত মুছলমান ভোটাৰৰ নাম দেখি ক্ষুব্ধ গাঁওবাসী, নিৰ্বাচন বৰ্জনৰ ভাবুকি…
      Top News

      September 9, 2025
      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…

      September 9, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      September 9, 2025
      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      শীৰ্ষ সংবাদ

      ষড়যন্ত্ৰ! হিন্দুৰ ঘৰত মুছলমান ভোটাৰৰ নাম দেখি ক্ষুব্ধ গাঁওবাসী, নিৰ্বাচন বৰ্জনৰ ভাবুকি…

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist