• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, July 14, 2025
28 °c
Guwahati
28 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

    প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

    অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

    কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা ১০৮০টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পঞ্চায়ত নিৰ্বাচন; ৩৪ নং চহৰীয়া গাঁও পঞ্চায়তত বিজেপিৰ আগ্ৰাসী প্ৰচাৰ

      Nation NE by Nation NE
      April 29, 2025
      in Top News, অসম
      0 0
      পঞ্চায়ত নিৰ্বাচন; ৩৪ নং চহৰীয়া গাঁও পঞ্চায়তত বিজেপিৰ আগ্ৰাসী প্ৰচাৰ
      Share on FacebookShare on TwitterWhatsApp

      নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিত ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণক কেন্দ্ৰ কৰি ইতিমধ্যে ভোটাৰক আকৰ্ষণ কৰি তৃণমূল পৰ্যায়ৰ ক্ষমতা দখল কৰিবলৈ উঠি-পৰি লাগিছে শাসক-বিৰোধী।

      পিছ পৰি ৰোৱা নাই সংখ্যালঘু অধ্যুষিত ধিং বিধানসভা সমষ্টি। এই সমষ্টিটোৰ অন্তৰ্গত ৩৪ নং চহৰীয়া গাঁও পঞ্চায়ত দখলৰ মৰণপণ যুঁজত নামিছে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপি।

      প্ৰচাৰ কাৰ্যসূচীত বিজেপি প্ৰাৰ্থী।

      এই পঞ্চায়তখনত আঞ্চলিক সদস্যা পদত শাসকীয় মিত্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ জ্যোতি প্ৰভা দেৱীয়ে। উচ্চ শিক্ষিতা জ্যোতি প্ৰভা দেৱীয়ে পঞ্চায়তখনৰ অন্তৰ্গত গাঁৱে-ভূঞে প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ মন জয়ী কৰিবলৈ সক্ষম হৈছে।

      বিজেপিৰ আগ্ৰাসী প্ৰচাৰ অভিযান আৰু সৰ্বস্তৰৰ ৰাইজৰ আস্থা আৰু বিশ্বাস দেখি এইবাৰৰ নিৰ্বাচনত বিপক্ষৰ প্ৰাৰ্থীক সহজেই পৰাস্ত কৰিবলৈ সক্ষম হ’ব বুলি গভীৰ আত্মবিশ্বাসী জ্যোতি প্ৰভা দেৱী।

      লক্ষ্যণীয় কথাটো হ’ল যে এই পঞ্চায়তখন বিভিন্ন ভাষা, ধৰ্মাৱলম্বী ভোটাৰেৰে গঠিত। অতি আকৰ্ষণীয় এই পঞ্চায়তখনত বড়ো অধ্যুষিত ভোটাৰৰ লগতে আছে সংখ্যালঘু ভোটাৰ। বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জ্যোতি প্ৰভা দেৱী হৈছে বাৰুৱাটী গাঁৱৰ বাসিন্দা।

      সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপি প্ৰাৰ্থী।

      উল্লেখ্য যে, ইয়াৰ পূৰ্বে অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনতো এই পঞ্চায়তখনৰ পৰা সদস্য পদত বিজেপিৰ গৌতম দেউৰী আৰু সভাপতি পদত সৰস্বতী বসুমতাৰীয়ে জয়লাভ কৰিছিল।

      বৰ্তমান এ আই ইউ ডি এফৰ দখলত থকা ধিং সমষ্টিৰ এই পঞ্চায়তখনত বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি ধাৰণা কৰা হৈছে।  অৱশ্যে প্ৰচাৰৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিলে পুনৰবাৰ আঞ্চলিক সদস্যা পদত বিজেপিয়ে শেষ হাঁহি মাৰিব বুলি ধাৰণা কৰা হৈছে।

      Tags: Assam BJPBJPDhingPanchayat Election

      Related Posts

      শংকিত পাকিস্তান! বিশ্বৰ প্ৰায় ১৪-১৫খন দেশে ভাৰতৰ পৰা ব্ৰক্ষচ ক্ষেপণাস্ত্ৰ দাবী…
      Top News

      July 14, 2025
      গংগাত স্নান কৰি থকা অৱস্থাত হঠাৎ পানীত পিছলি পৰে এগৰাকী তীৰ্থযাত্ৰী, তাৰ পিছত কি হল জানক সবিশেষ…

      গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
      Top News

      ইজৰাইলৰ ডাঙৰ কৃতিত্ব, শত্ৰুদেশ ইৰাণৰ পৰা ৰক্ষা কৰিছিল যুদ্ধ বিমান এফ-১৫ক

      July 14, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      July 14, 2025
      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…
      Top News

      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

      July 13, 2025
      প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল
      Top News

      প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

      July 13, 2025

      শীৰ্ষ সংবাদ

      শংকিত পাকিস্তান! বিশ্বৰ প্ৰায় ১৪-১৫খন দেশে ভাৰতৰ পৰা ব্ৰক্ষচ ক্ষেপণাস্ত্ৰ দাবী…

      গংগাত স্নান কৰি থকা অৱস্থাত হঠাৎ পানীত পিছলি পৰে এগৰাকী তীৰ্থযাত্ৰী, তাৰ পিছত কি হল জানক সবিশেষ…

      ইজৰাইলৰ ডাঙৰ কৃতিত্ব, শত্ৰুদেশ ইৰাণৰ পৰা ৰক্ষা কৰিছিল যুদ্ধ বিমান এফ-১৫ক

      শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

      প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist