• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 19, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা

    ‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাস ৰচি পেৰিছ পেৰালিম্পিকত সমাপ্ত ভাৰতৰ যাত্ৰা

Nation NE by Nation NE
September 9, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইতিহাস ৰচি পেৰিছ পেৰালিম্পিকত সমাপ্ত ভাৰতৰ যাত্ৰা
Share on FacebookShare on TwitterWhatsApp

পেৰিছ পেৰালিম্পিক গেমছ ২০২৪ ত ভাৰতৰ সফল অভিযানৰ সমাপ্তি ঘটে। খেলৰ অন্তিম দিনটোত, ভাৰতৰ কেৱল এটা ইভেণ্টত প্ৰতিযোগিতা আগবঢ়ায় যদিও পদক অৰ্জন কৰিব নোৱাৰে। ইয়াৰ লগে লগে ভাৰতৰ আটাইতকৈ সফল পেৰালিম্পিক গেমছৰো সমাপ্তি ঘটে।

পেৰিছ পেৰালিম্পিকত ভাৰতৰ চূড়ান্ত পদকৰ সংখ্যা আছিল ২৯ টা, যাৰ ভিতৰত আছিল ৭ টা সোণৰ পদক। এইয়া পেৰালিম্পিকত ভাৰতৰ বাবে সৰ্বাধিক সংখ্যক পদক। এই সময়ছোৱাত, প্ৰথমবাৰৰ বাবে ভাৰতে ধনুৰ্বিদ্যাত সোণৰ পদক লাভ কৰে, আনহাতে এথলেটিকছত সৰ্বাধিক ১৭ টা পদক আহে, যি এটা নতুন অভিলেখ।

খেল আৰম্ভ হোৱাৰ আগতে ২৫ টা পদকৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু ভাৰতৰ যুঁজাৰু পেৰা-এথলীটসকলে কেৱল এই লক্ষ্য প্ৰাপ্ত কৰাই নহয়, আগবাঢ়ি গৈ টকিঅ’ অলিম্পিতকৈ ১০ টা অধিক পদক অৰ্জন কৰিছিল।

টকিঅ’ অলিম্পিকত ৫ টা সোণৰ পদকৰ বিপৰীতে পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈসকলে ৭ টা স্বৰ্ণ অৰ্জন কৰে। একেদৰে, টকিঅ’ত ৮ টা ৰূপৰ তুলনাত ৯ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ তুলনাত ১৩ টা ব্ৰঞ্জ অৰ্জন কৰে।

Tags: GamesIndiaParis ParalympicsSports

Related Posts

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা
Top News

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

December 19, 2025
পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

December 19, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 19, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 19, 2025
ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

December 18, 2025

শীৰ্ষ সংবাদ

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025