• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

Nation NE by Nation NE
July 11, 2025
in Top News, ক্ৰীড়া
0 0
৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

আয়াৰলেণ্ড ক্ৰিকেট দলৰ ৩৪ বছৰীয়া অপেনিং বেটাৰ পিটাৰ মুৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ তিনিওটা ফৰ্মেট মিলি তেওঁ মুঠ ৮৫ খন মেচ খেলিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত আয়াৰলেণ্ডৰ হৈ অভিষেক ঘটা নাছিল এইগৰাকী ক্ৰিকেটাৰৰ। আয়াৰলেণ্ডৰ হৈ তেওঁ কেৱল টেষ্ট ফৰ্মেটহে খেলিছিল।

উল্লেখ্য যে, যিখন দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল সেই দেশখনৰ বিৰুদ্ধেই তেওঁ অন্তিমখন টেষ্টত অংশ লৈছিল। পিটাৰ মুৰে দুখন দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল।

১৯৯১ চনৰ ২ ফেব্ৰুৱাৰীত জিম্বাবৱেৰ হাৰাৰেত জন্মগ্ৰহণ কৰা পিটাৰ মুৰে ২০১৪ চনৰ ২৬ নৱেম্বৰত জিম্বাবৱেৰ হৈ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ লৈছিল।

২০১৯ চনত তেওঁক জিম্বাবৱেৰ উপ-অধিনায়ক হিচাপেও নিযুক্তি দিয়া হৈছিল। ইয়াৰ পিছত তেওঁ আইৰিছ পাছপোৰ্ট লাভ কৰাত আয়াৰলেণ্ড দলৰ হৈ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। ২০২৩ চনত আয়াৰলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেটত তেওঁৰ অভিষেক ঘটিছিল।

২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীত পিটাৰে জিম্বাবুৱেৰ বিৰুদ্ধে অন্তিমখন টেষ্ট খেলিছিল, য’ত তেওঁ মুঠ ৩৪ ৰানহে সংগ্ৰহ কৰিছিল। পিটাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে কেৱল টেষ্ট ফৰ্মেটতহে খেলিছিল, আনহাতে জিম্বাবৱেৰ বিৰুদ্ধে তিনিওটা ফৰ্মেটতে খেলিছিল।

পিটাৰৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত পিটাৰ মুৰে ১৫খন টেষ্ট, ৪৯খন এদিনীয়া আৰু ২১খন টি-২০ মেচ খেলিছিল। তেওঁ টেষ্টত ৭৩৪, এদিনীয়াত ৮২৭ আৰু টি-২০ ক্ৰিকেটত ৩৬৪ ৰান সংগ্ৰহ কৰে। তেওঁৰ নামত এটাও শতক নাই যদিও ১১টা অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Tags: International CricketIrelandPeter Moor

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025