• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইললৈ অস্ত্ৰ যোগান ধৰা ভাৰতীয় কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত সৰ্বোচ্চ ন্যায়ালয়ত আবেদন

Nation NE by Nation NE
September 4, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

গাজাত অব্যাহত থকা সন্ত্ৰাসবাদী সংগঠন আৰু ইজৰাইলৰ সেনাৰ মাজত চলি থকা যুদ্ধৰ সময়ত ইজৰাইললৈ অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামৰিক সামগ্ৰী ৰপ্তানি কৰা ভাৰতীয় কোম্পানীসমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে সমাজৰ বিশেষ ৮জন ব্যক্তিয়ে।

অৱসৰপ্ৰাপ্ত কূটনীতিবিদ অশোক কুমাৰ শৰ্মা, প্ৰাক্তন আই এ এছ মীনা গুপ্তা, প্ৰাক্তন আই এফ এছ দেব মুখাৰ্জী, দিল্লী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞানৰ প্ৰাক্তন ডীন অধ্যাপক অচিন বিনায়ক, অধ্যাপক জ্ঞান ড্ৰেজ, শাস্ত্ৰীয় সংগীতজ্ঞ থোদুৰ মাদাবুছি কৃষ্ণ, সমাজ কৰ্মী ড° দৰ্শ মন্দৰ আৰু শ্ৰমিক নেতা নিখিল ডে কি আৰু অধিবক্তা প্ৰশান্ত ভূষণে এই আৱেদন দাখিল কৰিছে।

নতুন অনুজ্ঞাপত্ৰ প্ৰদানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনোৱা আবেদনখনত উল্লেখ কৰা হৈছে যে আন্তঃৰাষ্ট্ৰীয় চুক্তিত স্বাক্ষৰ কৰি ভাৰতে গণহত্যা ৰোধৰ বাবে নিজৰ ক্ষমতাৰ ভিতৰত সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি দায়বদ্ধ। সেয়ে ইজৰাইললৈ কোনো সামৰিক সঁজুলি বা অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি কৰিব নোৱাৰে।

আবেদনকাৰীসকলৰ মতে সামৰিক অস্ত্ৰৰ যোগান অব্যাহত ৰখাটো ভাৰতৰ সংবিধানৰ ১৪ আৰু ২১ নং অনুচ্ছেদৰ লগতে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত ভাৰতৰ বাধ্যবাধকতা উলংঘা কৰা হৈছে।

আবেদনখনত উল্লেখ কৰা হৈছে যে ভাৰতে ইজৰাইলক দিয়া সাহায্য, বিশেষকৈ সামৰিক সা-সৰঞ্জামকে ধৰি সামৰিক সাহায্য, যদিহে এই সাহায্য গণহত্যা চুক্তি, আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন বা সাধাৰণ আন্তঃৰাষ্ট্ৰীয় আইনৰ অন্যান্য আদেশ উলংঘা কৰি ব্যৱহাৰ কৰা হয়, তেন্তে তৎক্ষণাত স্থগিত ৰাখিব লাগে।

Tags: IsraelPILSupreme CourtWar

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025